AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ঈশ্বৰৰ মৃত্যুকামনা (Ishwarar Mrityukamana)

Rating: 0/5
Price of print book:₹ 140
Our Price:
₹ 120
Author ৰূপালীম দত্ত (Rupaleem Dutta)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB27
Email
Share on Google+
Description

অন্ধবিশ্বাসত আচ্ছন্ন আৰু চিন্তাৰ তাৰল্যই নিশকতীয়া কৰা সমাজ এখন, জাতি এটা প্ৰগতিৰ বাটত কিমান দূৰ আগুৱাব? আপুনি বা মই নিজকে কেতিয়াবা সুধি চাইছোঁনে নিজৰ সামাজিক দায়-দ্বায়িত্বৰ কথা? আমি উভয়ে বাৰু সামাজিক প্ৰগতিৰ হেঙাৰ নেকি? কথাবোৰ নতুনকৈ, অলপ বেলেগকৈ ভাবি চোৱাৰ সময় এয়া৷ যুক্তিবাদী লেখক ৰূপালীম দত্তই অন্ধবিশ্বাস আৰু চিন্তাতাৰল্যকে মূল সমস্যা হিচাপে চিনাক্ত কৰি বিভিন্ন সময়ত লিখা প্ৰবন্ধ আৰু সৰু সৰু চিন্তাৰে সংকলন ঈশ্বৰৰ মৃত্যুকামনা

মূলতঃ প্ৰান্তিকৰ পাতত লেখা-মেলা আৰম্ভ কৰা দত্তৰ লেখা ইতিমধ্যে আমাৰ অসম’, ‘অসমীয়া খবৰ’, ‘প্ৰান্তিকআদি কাকত-আলোচনীত প্ৰকাশ পাইছে৷ আমাৰ জাতীয় জীৱন জোকাৰি থকা প্ৰায়বোৰ সমস্যাই যে অন্ধবিশ্বাস আৰু চিন্তাতাৰল্যৰ দোষত আক্ৰান্ত, আৰু ইয়াৰ মূল আধাৰ যে ঈশ্বৰবিশ্বাস তাক সুন্দৰভাৱে বিশ্লেষণ কৰিছে৷ এনেকি নাৰীসকলে দুৰ্ভোগ ভোগা সামাজিক বিকাৰসমূহো যে ঈশ্বৰ তথা অন্ধবিশ্বাসৰে পৰিণতি তাক দত্তৰ বিশ্লেষণত সুন্দৰভাৱে পৰিস্ফুট হৈছে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...