AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

মলক গুইন্‌ গুইন্‌ (Malak Guin Guin)

Rating: 5/5
Our Price:
Free
Author লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezboruah)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS40
Email
Share on Google+
Description

লক্ষ্মীনাথ বেজবৰুৱা

ৰসৰাজউপাধি

১৯৩১ চনৰ ডিচেম্বৰ মাহত অসম সাহিত্য সভাৰ ত্ৰয়োদশ অধিৱেশন শিৱসাগৰত বহিছিল৷ সভাপতি আছিল নগেন্দ্ৰ নাৰায়ণ চৌধুৰী৷ এই সভাতে বেজবৰুৱা ডাঙৰীয়াক অসম সাহিত্য সভাই অভিনন্দন জনায়৷ ইয়াতে সভাপতি চৌধুৰী ডাঙৰীয়াই বেজবৰুৱাক ৰসৰাজউপাধিৰে বিভূষিত কৰে৷

*নকুল চন্দ্ৰ ভূঞা, বেজবৰুৱাক মই যিদৰে জানো, বেজবৰুৱা প্ৰতিভা, সম্পাঃ মহেশ চন্দ্ৰ দেৱ গোস্বামী

 

বিশিষ্ট Literary Style

........এই বিষয়ত কোনো সন্দেহ নাই যে বেজবৰুৱাৰ আটাইতকৈ ডাঙৰ সাহিত্যিক কীৰ্তি হল তেওঁৰ ভাষা, তেওঁৰ বিশিষ্ট Literary Style তথা ৰচনা ৰীতি৷

*হোমেন বৰগোহাঞি, “লক্ষ্মীনাথ বেজবৰুৱাক মই নতুনকৈ আৱিষ্কাৰ কৰিলোঁ”, আত্ম দীপো ভব

 

অসমত নিজক বাদ নিদিয়াকৈ  সকলো উৎসাহী অসমীয়া লেখকক কব খোজা বেজবৰুৱাৰ ৰচনা পদ্ধতিৰ প্ৰতি সবিশেষ মন নিদিয়াকৈ লিখিবলৈ যোৱাটো ভাষাৰ প্ৰতি অবিচাৰ কৰা৷

*ড০ বাণীকান্ত কাকতি, বেজবৰুৱা, বেজবৰুৱা প্ৰতিভা, সম্পাঃ মহেশ চন্দ্ৰ দেৱ গোস্বামী

 

চুটিগল্পৰ জন্ম

বিংশ শতিকাৰ প্ৰথম ছোৱাত প্ৰাচীন সাধুকথাৰ গাতে গা লগাই আমাৰ সাহিত্যত চুটিগল্পৰ জন্ম হল সাহিত্যৰথী বেজবৰুৱাৰ হাতত৷

*ত্ৰৈলোক্য নাথ গোস্বামী, ‘অসমীয়া চুটি গল্পৰ ক্ৰমবিকাশ”, “আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়”, সম্পাঃ লীলা গগৈ

Reviews

....
Gouri sankar
More reviews

Related Books

Customers who bought this also bought ...