AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কাহিনী (Kahini)

Rating: 5/5
Price of print book:₹ 80
Our Price:
₹ 60
Author ডাঃ ধ্ৰুৱজ্যোতি বৰা (Dr. Dhrubajyoti Bora)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB05
Email
Share on Google+
Description

 লেখকৰ মতে এই উপন্যাসখন অসমৰ সৃষ্টিশীল সাহিত্যজগতৰ কিংবদন্তিস্বৰূপ সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ অশান্ত ইলেকট্ৰনগল্পটোৰ বুকুৰ পৰা লেখকে উঠাই আনিছে তিনিটা চৰিত্ৰনিখিল, ৰঞ্জন আৰু যতিবাবুক৷

      ‘অশান্ত ইলেকট্ৰনৰ নিখিল আৰু ৰঞ্জনৰ বয়স আজি প্ৰায় আশী বছৰ হলহেঁতেন আৰু যতিবাবুৰ বয়স নব্বৈ বছৰ! কিন্তু কাহিনীউপন্যাসত তেওঁলোকৰ বয়স বঢ়া নাই৷ তেতিয়াৰ সেই চৰিত্ৰ তিনিটাক আনি সাম্প্ৰতিক অসমৰ পর্যুদস্ত সমাজত প্ৰতিস্থা কৰি লেখকে পৰীক্ষা কৰি চাইছে আজি নিখিল, ৰঞ্জন আৰু যতিবাবু কি কৰিলেহেঁতেন কেনে হলহেঁতেন তেওঁলোকৰ চিন্তা, কথা-বতৰা, কাম-কাজ, ব্যৱহাৰ

 

      সেই তিনিটা চৰিত্ৰক কেন্দ্ৰত লৈ তাৰ চাৰিওফালে আন বহুকেইটা অভিনৱ চৰিত্ৰৰ সমাহাৰেৰে লেখকে নির্মাণ কৰি উলিয়াইছে এক অনবদ্য সাহিত্যৰ ছেটায়াৰবক্ৰোক্তি, শ্লেষ, ক্ৰোধ মিশ্ৰিত ব্যংগৰে উদ্ভাসিত কৰি তুলিছে আমাৰ সাম্প্ৰতিক জীৱন৷ সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এজন শ্ৰেষ্ঠ কাহিনীকাৰ, গদ্যশিল্পী, ইতিহাস সচেতন ঔপন্যাসিক ড° ধ্ৰুৱজ্যোতি বৰাৰ এই ছেটায়াৰউপন্যাসত প্ৰাণ পাই উঠিছে এক নতুন আৰু আকর্ষণীয় কাহিনী, বিস্ময়কৰ চৰিত্ৰায়ণ আৰু মানুহক ভবাই তুলিব পৰা এক অনুপম সাহিত্য কর্ম৷

Reviews

....
Anirban Bora
More reviews

Related Books

Customers who bought this also bought ...

Next Previous