AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

নীলিম কুমাৰৰ ৮ খন প্ৰেমৰ উপন্যাস (Nilim Kumarar 8 Khan Premar Upanyas)

Rating: 0/5
Price of print book:₹ 130
Our Price:
₹ 110
Author নীলিম কুমাৰ (Nilim Kumar)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB08
Email
Share on Google+
Description

যিকেইজন কবিৰ কবিতাই আধুনিক কবিতাৰ যুগটোক যাউতিযুগীয়া কৰিলে, তেওঁলোকৰ পৰৱর্তী প্ৰজন্মৰ কবি নীলিম কুমাৰ৷ আধুনিক অসমীয়া কবিতাক অধিক প্ৰাণৱন্ত, অধিক জনপ্ৰিয় কৰি তোলা অন্যতম কবি নীলিম কুমাৰৰ আছে এক চহকী গদ্যৰ ধাৰাও৷

কবিতা লিখা মানুহ এজনক জীৱনক কবিতাই যিমানখিনি আক্ৰান্ত কৰি ৰাখে, তাতকৈ বহুগুণে বেছি আক্ৰান্ত কৰি ৰাখে গদ্যই জীৱনত কবিতাতকৈ গদ্যই বেছি৷ নীলিম কুমাৰৰ বেছিভাগ কবিতাৰেই আত্মা-গদ্য৷

কবিতাৰ শৰীৰেৰে নীলিম কুমাৰে সেইবোৰক গদ্যৰ পৰা মুক্তিৰ পথলৈ লৈ যাব খোজে৷ সেয়ে তেওঁৰ কবিতাত কবিতা নাই, গদ্যতো গদ্য নাই৷ কবিতা কবিতা লগা গদ্যৰ ৮ খন উপন্যাসৰ এই সংকলনে পাঠকক আৱিষ্কাৰ কৰাৰ সুযোগ দিয়ে এখন অন্য জগতৰ৷ এই জীৱন আৰু প্ৰেমৰ কল্পনা আৰু মেধা নালিম কুমাৰৰ বাহিৰে খুউব কম অসমীয়া লেখকৰহে আছে৷ উপন্যাসকেইখন নপঢ়াকৈ এই কথাত একমত হবলৈ আপুনিও বোধকৰোঁ ৰাজী নহব৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...