AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অপৰাজিতা (Aparajita)

Rating: 3/5
Price of print book:₹ 80
Our Price:
₹ 55
Author অৰ্চনা বৰঠাকুৰ (Archana Barthakur)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB10
Email
Share on Google+
Description

অগতানুগতিক লেখনশৈলী আৰু ভাষাৰ মাধুর্যৰে খুব কম সময় ভিতৰতে পঢ়ুৱৈ তথা সমালোচকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা নতুন লেখকসকলৰ ভিতৰত অর্চনা বৰঠাকুৰ অন্যতম৷ কটন কলেজৰ পৰা অসমীয়াত স্নাতক তথা স্নাতকোত্তৰ সন্মান লাভ কৰা অর্চনাই সাংবাদিকতাকে পেছা হিচাপে বাছি লৈছিল৷ বর্তমানেও ডি ৱাই ৩৬৫ত কর্মৰত অর্চনা বৰঠাকুৰৰ প্ৰথম উপন্যাস অপৰাজিতা প্ৰকাশ পাইছিল অসমবাণীৰ এক বিশেষ সংখ্যাত৷ কাব্যিক ভাষা আৰু গ্ৰাম্য সমাজ এখনৰ কিছু চৰিত্ৰৰ সফল চিত্ৰায়নেৰে মূল সৌন্দর্য অটুট ৰাখি কৰা সংযোজনৰে গ্ৰন্থ ৰূপ অপৰাজিতা৷ প্ৰেম-বিৰহ-কাৰুণ্যৰে জীৱন্ত অপৰাজিতাত পাঠকে বিচাৰি পাব পৰিচিত সমাজখনৰে কিছু অপৰিচিত দিশ, যিয়ে আমাক উদ্বেলিত কৰি ৰাখে মুহুমুহুঃ৷

Reviews

story of a girl coming up through a tough way of the orthodox life of rural Assam..well written.....
prabahan hazarika
More reviews

Related Books

Customers who bought this also bought ...