AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

মোৰ জন্ম হোৱাটো অন্তঃত সঁচা (Mor Janmo Howato Antata Socha)

Rating: 0/5
Price of print book:₹ 90
Our Price:
₹ 80
Author ৰং বং তেৰাঙ (Rang Bang Terang)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB14
Email
Share on Google+
Description

উদাৰ মানৱতা, এক সৰল ব্যক্তিত্ব আৰু এখন প্ৰসন্ন মুখ-সেইজনেই ৰংবং তেৰাং৷ এই ব্যক্তিত্বৰ ভেটি যে শৈশৱৰ পৰাই গঢ় লৈছিল সেই কথাই প্ৰতিপন্ন হৈছে এই আত্ম-জীৱনীৰ প্ৰতিটো পৃষ্ঠাত৷ গৰু চৰাবলৈ গৈ ধান চুৰি কৰি ধৰা পৰা লৰাটো, বিড়ি হুঁপি উৰুওৱা লগৰীয়াৰ মুখৰ ধোৱা দেখি আকর্ষিত হৈ বিড়ি আৰু গাঁজা খাবলৈ ধৰা লৰাটো, ‘সাগৰ দেখিছাবিচাৰি বিচাৰি নগাঁও চলাথ কৰি হতাশ নহৈ দেৱকান্ত বৰুৱাৰ কলংখনকে দেখি আশ্বস্ত হোৱা লৰাটো, বাণীকান্ত কাকতিৰ লেখা পঢি় অভিভূত হৈ নিজৰ নাম বাণীকান্ত তেৰাং কৰা লৰটো আজি কাৰ্বি-অসমীয়া, পাহাৰ ভৈয়ামৰ সমন্বয়ৰ হকে কাম কৰি মহীয়ান হৈ পৰা পদ্মশ্ৰী ৰংবং তেৰাংৰূপে সর্বজন শ্ৰদ্ধেয়৷ ৰংমিলিৰি হাঁহিৰ দৰে কালজয়ী সৃষ্টিৰ গৰাকী সেই লৰাটো, সেইজন ৰংবং তেৰাঙৰ জীৱনৰ প্ৰথমছোৱাৰ অলেখ অজানা অধ্যায়েৰে এই গ্ৰন্থ৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...