AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কল্লোলিনী (Kallolinee)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 80
Author আৰাধনা গোস্বামী (Aaradhana Goswami)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB12
Email
Share on Google+
Description

কল্লোলিনীৰ কাহিনী এক নাৰীৰ আত্ম-আৱিষ্কাৰৰ কাহিনী৷ উপন্যাসৰ নায়িকা সংবেদনশীল, কিন্তু আৱেগিকভাৱে কিছু সংকুচিত৷ তাইৰ আত্মমগ্নতা আৰু তাইৰ আত্মগৰিমা তাইৰ আত্মপ্ৰেমৰেই অন্য প্ৰকাশ৷ নিজ ঘৰৰ বাহিৰ ওলাই সময়ত তাইৰ বহুজনৰ দুখ-কষ্টৰ লগত, বিশেষকৈ নাৰীৰ বন্দিত্ব আৰু অৱদমনৰ লগত পৰিচয় ঘটিছে৷ ব্যক্তিগত সত্তাৰ বন্ধন মুক্তিৰ লগে লগে তাইৰ উপলব্ধি হৈছে তাই যেন সমগ্ৰ নাৰীসত্তাৰেই প্ৰতিনিধি৷ তাইৰ হাতৰ কলম অৱৰুদ্ধ নাৰীকন্ঠৰ কল্লোলিনী সোতস্ৰিনীত পৰিণত হৈছে৷

 ‘কল্লোলিনীয়ে প্ৰকাশৰ লগে লগে ৰসগ্ৰাহী পঢ়ুৱৈৰ বিপুল সমাদৰ লাভ কৰে৷ অতি কম সময়ৰ ভিতৰতে উপন্যাসখনৰ দ্বিতীয় সংস্কৰণো প্ৰকাশ পায়৷

 

সত্তৰৰ দশকত কটনিয়ানৰ পাতত আত্মপ্ৰকাশ কৰা ড০ আৰাধনা পটংগীয়া গোস্বামীৰ এখন অনন্য আংগিকৰ উপন্যাস নেপথ্যৰ সংগীতেও ইতিমধ্যে সুধীজনৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ উপাধি লোৱা গোস্বামীয়ে ১৯৮৯ চনত একে বিশ্ববিদ্যালয়ৰ পৰা ডি এইচ লৰেন্স এণ্ড দ্য আইডিয়া অৱ ইভিলশীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে পি এইচ ডি উপাধি লাভ কৰে৷ পাণ্ডু কলেজৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ আৰাধনা গোস্বামী এগৰাকী বিশিষ্ট নিবন্ধকাৰো৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous