AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

সাংবাদিকতাৰ অকথ্য (Sanbadikatar Akathya)

Rating: 0/5
Price of print book:₹ 230
Our Price:
₹ 200
Author অতনু ভূঞা (Atanu Bhuyan)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB16
Email
Share on Google+
Description

অকথ্য৷ অকথ্য মানে যি কথা কোৱা উচিত নহয়৷ শুদ্ধ তথা সঠিক কথা হলেও বহুতে অকথ্য কবলৈ বেয়া পায়৷ মই অকথ্য প্ৰায়ে কওঁ৷ নিউজ লাইভঅকথ্যঅনুষ্ঠান পৰিৱেশন কৰি বহুবাৰ বিপদত পৰিছোঁ৷ মোৰ সাংবাদিক জীৱনে 25 বছৰত ভৰি দিলে৷ এই 25 বছৰত বিভিন্ন ঘটনাৰ মুখামুখি হৈছোঁ মই৷ ইয়াৰে কিছুমান অপ্ৰিয়৷ এনে কিছুমান অকথ্যক লৈয়ে মোৰ এই কিতাপ লিখাৰ প্ৰয়াস৷ কথাবোৰ সম্পূর্ণ সঁচা৷ ইয়াৰ জৰিয়তে কাকো মই হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা নাই৷ যি দেখিছিলোঁ বা যাৰ সৈতে যেনেকৈ মুখামুখি হৈছিলোঁ তাৰে কিছু অংশ লিখিছোঁ এইখন কিতাপত৷ এইখন আত্মজীৱনী বুলি কলে ভুল কোৱা হব৷ আত্মজীৱনী লিখিবলৈ মই যোগ্য ব্যক্তিও নহওঁ৷ আশা কৰোঁ এই কিতাপখনে পাঠকক সমসাময়িক পৰিৱেশৰ কাষলৈ লৈ যাব পাৰিব৷

অতনু ভূঞা

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...