AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

মানৱতাৰ সাধনা (Manabatar Sadhana)

Rating: 3/5
Price of print book:₹ 170
Our Price:
₹ 140
Author দেৱকান্ত সন্দিকৈ (Debakanta Handique)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB25
Email
Share on Google+
Description

 

আমাৰ সমাজত এনে বহু লোক থাকে, যি সকলে নিজকে অন্ধবিশ্বাসবিৰোধী বুলি কয় অথচ ঈশ্বৰ বিশ্বাস কৰে আৰু ধর্মই মানুহৰ মুক্তি সাধন কৰে বুলি মনে-প্ৰাণে বিশ্বাস কৰে৷ ঈশ্বৰ বিশ্বাসো যে অন্ধবিশ্বাসেই, এই কথা তেওঁলোকে৷ অন্ধবিশ্বাসীসকলৰ সৈতে তেওঁলোকৰ যে কোনো পার্থক্য নাই, এই কথা তেওঁলোকে মানি লবলৈ টান পায়৷ চকুৰ সন্মুখতে ঘটি থকা প্ৰতিটো ঘটনাই ঈশ্বৰহীতনতাক বাৰম্বাৰ প্ৰতিপন্ন কৰি খাকিলেও এনে বিশ্বাসক তেওঁলোকে উলাই কৰিব নোৱাৰে৷ মানুহৰ কল্যাণ, নিঃস্বার্থ আৰু উদাৰ মনোভাৱ কেৱল মানৱ ধর্মতহে সম্ভৱ-আন কোনো ধর্মতে সম্ভৱ হব নোৱাৰে৷ এই বক্তব্যকে আধাৰ কৰি লেখা-মেলা কৰি থকা যুক্তিবাদী লেখক দেৱকান্ত সন্দিকৈৰ বহুদিন বিৰতিৰ অন্তত প্ৰকাশিত এই সংকলনত সামৰি লোৱা হৈছে বিশ্বাস-অবিশ্বাস আদি প্ৰসংগৰ উপৰি কেইখনো মননশীল ব্যক্তিগত ৰচনাও৷

Reviews

Thursday, 12 December 2013
britul sharma

Related Books

Customers who bought this also bought ...