AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ধৰ্মৰ প্ৰাণতত্ত্ব (Dharmar Prantatba)

Rating: 0/5
Price of print book:₹ 130
Our Price:
₹ 100
Author ড০ প্ৰণৱজ্যোতি ডেকা (Dr. Pranabjyoti Deka)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB26
Email
Share on Google+
Description

মানুহে ধৰ্মাচাৰণ কিয় কৰে?

সাধাৰণতে ধৰ্মগুৰু বা ধৰ্মত বিশ্বাসী মানুহে এই প্ৰশ্নৰ উত্তৰ যিধৰণে দিব বা দিয়ে, বিজ্ঞানী তথা যুক্তিবাদী লেখক ড০ প্ৰণৱজ্যোতি ডেকাই তেনেধৰণে দিয়া নাই৷ দীৰ্ঘদিনৰ অধ্যয়ন তথা গৱেষণাৰে প্ৰস্তুত কৰা এই গ্ৰন্থত ড০ ডেকাই মানুহৰ মনন আৰু সমাজলৈ অহা ধৰ্মাচৰণৰ সৃষ্টিতত্ত্ব সন্দৰ্ভত বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধভাৱে ব্যাখ্যা কৰিছে৷

আমি এই কথা দৃঢ়তাৰে কব পাৰোঁ যে এনেধৰণৰ গ্ৰন্থ অসমীয়াততো নায়েই, আন ভাষাতো তেনেই তাকৰ৷ এই গৱেষণামূলক গ্ৰন্থই যুক্তিবাদী জগতত এটা নতুন খোজ পেলাব বুলিয়েই কব পাৰি৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...