AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

এক মহিয়সীৰ জীৱন বৃতান্ত (Ek Mahiyasir Jeevan Britanta)

Rating: 0/5
Price of print book:₹ 40
Our Price:
₹ 25
Author মামণি ৰয়চম গোস্বামী (Mamoni Raisom Goswami)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS28
Email
Share on Google+
Description

এক মহিয়সীৰ জীৱন বৃত্তান্ত

ইন্দিৰা গোস্বামী (Indira Goswami) 

মই ভেনিচত মুছলিনীৰ লগুৱাকেইটাক লগ পাইছিলোঁ৷ গণ্ডোলাএখনত উঠিব খোজোঁতে সিহঁতে মোক বেৰি ধৰি কলে—‘মুছলিনী বৰ ভাল মানুহযুৱতী ছোৱালী মুছলিনীয়ে বৰ ভাল পায়৷ তোমাক লগ পালে তেওঁ বৰ ভাল পাব৷ আহা, আমাৰ লগত মুছলিনীৰ ওচৰলৈ আহা৷ পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰেমিক মুছলিনী আহা

মই ভেনিচত মুছলিনীৰ লগুৱাকেইটাক লগ পাইছিলোঁ৷ গণ্ডোলাএখনত উঠিব খোজোঁতে সিহঁতে মোক বেৰি ধৰি কলে—‘মুছলিনী বৰ ভাল মানুহযুৱতী ছোৱালী মুছলিনীয়ে বৰ ভাল পায়৷ তোমাক লগ পালে তেওঁ বৰ ভাল পাব৷ আহা, আমাৰ লগত মুছলিনীৰ ওচৰলৈ আহা৷ পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰেমিক মুছলিনী আহা

 .............

সংস্কৃত সাহিত্যত ভাৰতবর্ষৰ এগৰাকী অদ্বিতীয় বিদুষী মহিলা আছিল স্বর্গীয়া কমলা ৰত্নম৷ কালিদাস, ভৱভূতি আৰু ৰামায়ণ সম্বন্ধে লিখা তেওঁৰ প্ৰবন্ধবোৰ আছিল জ্ঞান আৰু যুক্তিৰ ভঁৰালস্বৰূপ৷ জীৱনত যেন তেওঁ দ্বিতীয় হৈ পোৱা নাছিল৷ ১৯৩৭ চনত লক্ষ্নৌ বিশ্ববিদ্যালয়ৰ পৰা সকলোবোৰ ৰেকর্ড ভংগ কৰি, সংস্কৃত সাহিত্যত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ, অনেক পদক লাভ কৰিছিল৷ সংস্কৃত ভাষাত তেওঁ ভাৰত বিখ্যাত পণ্ডিত আছিল৷ জার্মান, ফৰাচী আৰু ৰুচ ভাষাতো তেওঁৰ সমানে দখল আছিল৷ ভাৰতীয় ভাষাবোৰৰ ভিতৰত মাৰাঠী, গুজৰাটী, তেলেগু, উর্দু ইত্যাদি ভাষা তেওঁ কব আৰু লিখিব পাৰিছিল৷ অষ্ট্ৰেলিয়া, টকিঅ’, মেক্সিকো, মস্কো আদি বিশ্ববিদ্যালয়ত তেওঁ অনেক বছৰ অধ্যাপনা কৰিছিল৷ ১৯৭০ চনত বিক্ৰম বিশ্ববিদ্যালয়ে তেওঁক সন্মানিত কৰে৷ ১৯৯১ চনত দিল্লীৰ সংস্কৃত অকাডেমীয়ে সন্মানিত কৰে৷ ভাৰতৰ বাহিৰতো অনেক স্থানত তেওঁক সন্মান জনোৱা হয়৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...