AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

মই ভাল শিক্ষক হ'ব নোৱাৰিলো (Moi Bhal Shikshak Hobo Nowarilo)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 80
Author মইনা গোস্বামী (Moina Goswami)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB104
Email
Share on Google+
Description

প্ৰতিগৰাকী শিক্ষিত আৰু প্ৰগতিশীল চিন্তা-চৰ্চাৰ সৈতে জড়িত মানুহৰ বাবেই সচেতন সতীৰ্থএটা পৰিচিতৰ নাম৷ সচেতন সতীৰ্থআৰু কঠীয়াআলোচনীৰ সম্পাদনাৰ সৈতে যুক্ত মইনা গোস্বামীৰ নাট্যকাৰ আৰু লেখক হিচাপেও এক সপৰিচিতি আছে৷ কেইবাখনো নাটক, শিশুগ্ৰন্থকে ধৰি তেওঁৰ প্ৰকাশিত গ্ৰন্থ মুঠ চৈধ্যখন৷ ইয়াৰ ভিতৰত তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ হল- সংস্কৃতি মানুহৰ সংগ্ৰামৰ অস্ত্ৰ,গণবোধ সৃষ্টিৰ অমোঘ মন্ত্ৰ, মোক বন্ধু কৰি লোৱা, সূৰ্য এদিন সকলোৰে বাবে উদয় হব ইত্যাদি৷

দীৰ্ঘদিন ধৰি শিক্ষকতা কৰাৰ পিছত অৱসৰৰ পূৰ্বে শিক্ষক হিচাপে তেওঁৰ আত্মোপলব্ধিক এক নতুন শৈলীৰে কৰা অংকন তথা ব্যাখ্যাৰে গ্ৰন্থৰূপ- মই ভাল শিক্ষক হব নোৱাৰিলোঁ৷ লেখকৰ আত্মোপলব্ধিৰ কেৱল ব্যক্তি বিশেষৰ হা-হুমুনিয়াহ হৈ নাথাকি এই গ্ৰন্থ হৈ পৰিছে প্ৰতিজন শিক্ষকৰ আত্ম-আৱিষ্কাৰৰ দিক্‌নিৰ্দেশনাৰ আধাৰ৷ কেৱল শিক্ষকসকলৰ বাবেই নহয়, সন্তানৰ শুভকামনা কৰা প্ৰতিগৰাকী মাক-দেউতাকৰ বাবে মই ভাল শিক্ষক হব নোৱাৰিলোঁহোৱা উচিত অৱশ্য পঠনীয় গ্ৰন্থ৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...