Rating: 0/5
Our Price: ₹ 80 |
|
||||||||||||||||
|
প্ৰতিগৰাকী শিক্ষিত আৰু প্ৰগতিশীল চিন্তা-চৰ্চাৰ সৈতে জড়িত মানুহৰ বাবেই ‘সচেতন সতীৰ্থ’ এটা পৰিচিতৰ নাম৷ ‘সচেতন সতীৰ্থ’ আৰু ‘কঠীয়া’ আলোচনীৰ সম্পাদনাৰ সৈতে যুক্ত মইনা গোস্বামীৰ নাট্যকাৰ আৰু লেখক হিচাপেও এক সপৰিচিতি আছে৷ কেইবাখনো নাটক, শিশুগ্ৰন্থকে ধৰি তেওঁৰ প্ৰকাশিত গ্ৰন্থ মুঠ চৈধ্যখন৷ ইয়াৰ ভিতৰত তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ হ’ল- সংস্কৃতি মানুহৰ সংগ্ৰামৰ অস্ত্ৰ,গণবোধ সৃষ্টিৰ অমোঘ মন্ত্ৰ, মোক বন্ধু কৰি লোৱা, সূৰ্য এদিন সকলোৰে বাবে উদয় হ’ব ইত্যাদি৷
দীৰ্ঘদিন ধৰি শিক্ষকতা কৰাৰ পিছত অৱসৰৰ পূৰ্বে শিক্ষক হিচাপে তেওঁৰ আত্মোপলব্ধিক এক নতুন শৈলীৰে কৰা অংকন তথা ব্যাখ্যাৰে গ্ৰন্থৰূপ- ‘মই ভাল শিক্ষক হ’ব নোৱাৰিলোঁ’৷ লেখকৰ আত্মোপলব্ধিৰ কেৱল ব্যক্তি বিশেষৰ হা-হুমুনিয়াহ হৈ নাথাকি এই গ্ৰন্থ হৈ পৰিছে প্ৰতিজন শিক্ষকৰ আত্ম-আৱিষ্কাৰৰ দিক্নিৰ্দেশনাৰ আধাৰ৷ কেৱল শিক্ষকসকলৰ বাবেই নহয়, সন্তানৰ শুভকামনা কৰা প্ৰতিগৰাকী মাক-দেউতাকৰ বাবে ‘মই ভাল শিক্ষক হ’ব নোৱাৰিলোঁ’ হোৱা উচিত অৱশ্য পঠনীয় গ্ৰন্থ৷
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |