AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

নীলিম কুমাৰৰ শ্ৰেষ্ঠ কবিতা (Nilim Kumaror Shreshtha Kabita)

Rating: 0/5
Price of print book:₹ 220
Our Price:
₹ 190
Author নীলিম কুমাৰ (Nilim Kumar)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB84
Email
Share on Google+
Description

Editor মনোজ শৰ্মা (Manoj Sarma)

 

যোৱা দুই দশক ধৰি বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে অসমীয়া কবিতাক এক নতুন গতি প্ৰদান কৰা কবি নীলিম কুমাৰৰ শ্ৰেষ্ঠ কবিতাসমূহৰ নিৰ্বাচন আৰু সম্পাদনাৰ এই বৃহৎ আয়োজন কৰিছে তৰুণ সমালোচক মনোজ শৰ্মাই৷ আন সমালোচকসকলৰ দৰে কবিতাৰ বিশ্লেষণত ৰায় প্ৰদানৰ পৰা তেওঁ বিৰত আছে৷ তাৰ বিপৰীতে নীলিম কুমাৰৰ কাব্যচিন্তাৰ মৰ্মস্থললৈ নামি গৈ তেওঁ চিহ্নিত কৰিছে কবিতাৰ প্ৰেক্ষাপট৷ সেয়ে ইমান দিন নীলিম কুমাৰৰ কবিতাৰ ওপৰত যিমানবোৰ নিন্দা, প্ৰশংসা, আলোচনা-সমালোচনা হৈছে, সেই সকলোবোৰৰ প্ৰতি মনোজ শৰ্মাৰ সুদীৰ্ঘ পাতনিত দেখা গৈছে এক বিৰোধ৷ এই বিৰোধৰ পথেৰে তেওঁ সাহিত্য সমালোচনাৰ আধুনিকতাবাদী ধ্যান ধাৰণাক অতিক্ৰমী প্ৰতিষ্ঠাপিত কৰিছে উত্তৰ-আধুনিকতাবাদী সমালোচনাৰ সাম্প্ৰতিক ধাৰাটো, যি নীলিম কুমাৰৰ কবিতাৰ মৰ্মৰ কাষলৈ যাবলৈ পাঠকক এক বিকল্প পথ দেখুৱায়৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...