AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বৰাগী নদীৰ ঘাট (Baragi Nadir Ghat)

Rating: 5/5
Price of print book:₹ 75
Our Price:
₹ 50
Author অনুৰাধা শৰ্মা পুজাৰী (Anuradha Sharma Pujari)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS41
Email
Share on Google+
Description

নয়নতৰাই তাৰ মুখত আঙুলিৰে সোপা দি কৈছিল---প্ৰেমত দান-প্ৰতিদান একো নাথাকে। এয়া আমাৰ পিতায়ে কৈছিল ভক্ত আৰু ভগৱানৰ সম্পর্কৰ কথা কওঁতে।

……………

গৰ্ডন চাহাবৰ বঙলাত এখন হাইস্কুল হ, এই প্ৰস্তাৱত চেতন আৱেগত আত্মহাৰা হল। এখন প্ৰাইমেৰী আৰু এখন হাইস্কুল ইয়াতে হলে এই অঞ্চলৰ লৰা-ছোৱালীৰ ডাঙৰ অভাৱ পূৰণ হব। কিন্তু ইয়াৰ বাবে লাগিব ধন। মিচেছ খান্না নামৰ নতুনকৈ অহা মানুহগৰাকীয়ে একলাখ টকাৰ এটা অনুদান আগবঢ়াম বুলি কৈছে। বাকীখিনি এই অঞ্চলৰ মানুহৰ ওপৰত ভাৰ পৰিব। চেতনে লেবাৰ লাইনৰ ঘৰে ঘৰে গৈ আগদিনা নিশা ধৰনীয়ে কোৱা কথাবোৰ কলে। কিন্তু সমস্যাটো হল লেবাৰ লাইনৰ মানুহে কি সহায় কৰিব! জগত সিং আৰু চুলাইৰ ভাতীৰ গৰাকী সুবল কুৰ্মীৰ বাহিৰে ধন দিব পৰা টনকিয়াল মানুহ লেবাৰ লাইনত নাই।

…………

হঠাতে ধৰনীৰ ইচ্ছা হল মিচেছ খান্নাৰ ওচৰলৈ উভতি যাবলৈ। সি একমুহূৰ্তও চিন্তা নকৰি পুনৰ উঠি গল মিচেছ খান্নাৰ ঘৰটোলৈ। এয়া এক অবিশ্বাস্য কল্পনা ধৰনীৰ। ধৰনীয়ে দেখিলে মিচেছ খান্না গেটৰ বাহিৰলৈ ওলাই আহি ধৰনীৰ ফালে নামি আহিছে। এয়া কল্পনা নহয়, ধৰনীৰ সন্মুখত মিচেছ খান্না। জোনৰ পোহৰত থিয় হৈ আছে মিচেছ খান্না। ফুটুকা ফুলৰ বনৰীয়া সুবাসে ধৰনীক কঁপাই তুলিছে ক্ষন্তেকৰ বাবে।

…………..

 

নয়নতৰাৰ কি হ? মিছেছ খান্না আৰু ধৰণীৰ কি হ? স্কুলখন অৱশেষত হলগৈনে? গৰ্ডন চাহাবৰ বাগিছাৰ বিষয়ে, অঞ্চলটোৰ বিষয়ে বাহিৰৰ পৰা অহা মিছেছ খান্নাই কেনেকৈ জানে?

Reviews

Excellent novel.....
britul sharma
More reviews

Related Books

Customers who bought this also bought ...