AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

কম্বোডিয়া, ভিয়েটনাম আৰু ভূটান ভ্ৰমণৰ ডুখৰীয়া স্মৃতি (Cambodia, Vietnam Aaru Bhutan Bhramanar Dukhariya Smriti)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 50
Author অনিল শৰ্মা (Anil Sarma)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS26
Email
Share on Google+
Description

নজনা কথা জানিবলৈ আৰু পূৰ্বতে নেদেখা বস্তু চাবলৈ মানুহৰ মনত এক স্বাভাৱিক স্পৃহা থাকে। এই স্পৃহাৰ বশৱৰ্তী হৈয়েই মানুহে বিদেশ ভ্ৰমণ কৰে। এনে ভ্ৰমণত লাভ কৰা প্ৰত্যক্ষ অভিজ্ঞতা লিপিৱদ্ধ কৰিলে সেয়া হয় ভ্ৰমণ কাহিনী যি সাহিত্যৰ এক আৱশ্যকীয় আৰু অমূল্য সম্পদ ইতিহাসৰো উৎকৃষ্ট সমল। মেগাস্থানিচ, ফাহিয়ান, হিউয়েন চাং, ইবন-বটুতা আদি পৰ্যটক সকলৰ ভ্ৰমণ বৃত্তান্তত আজিও ভাৰত বুৰঞ্জীৰ সমল হিচাপে বিবেচিত হৈ আছে। ভ্ৰমণ স্পৃহাই আৱিষ্কাৰৰ ক্ষেত্ৰতো যে প্ৰভুত অৰিহণা আগবঢ়াইছে তাৰ নিদৰ্শন হল কুক মেগিলান, কলম্বাছ, ভাস্কো-ডা-গামা আদিৰ ভ্ৰমণ বৃত্তান্ত। প্ৰাচীন কালত যাতায়াত ব্যৱস্থা সুচল নাছিল বাবে দুঃসাহসী সকলৰ বাহিৰে অন্য লোক বিদেশ ভ্ৰমণৰ প্ৰতি আগ্ৰহী নাছিল। কিন্তু উৰাজাহাজৰ আৱিষ্কাৰ আৰু অৰ্থনৈতিক উন্নতিৰ ফলত বৰ্তমান বিদেশ ভ্ৰমণ বহুখিনি সহজসাধ্য হৈ পৰিছে। মোৰ দৃষ্টিত ভাৰতীয়সকলৰ বাবে ভাৰতীয় কৃষ্টি সভ্যতাৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত দক্ষিণ-পূব এছিয়াৰ দেশসমূহ গভীৰ আকৰ্ষণৰ উৎস কাৰণ সেইবোৰ দেশৰ শিল্পকলা আৰু সাহিত্যত ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱ গভীৰ ভাবে পৰিছে।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous