AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অসমীয়া ভাষাৰ গঠন আৰু বিকাশ (Axomiya Bhashar Gathan Aaru Bikash)

Rating: 5/5
Our Price:
Free
Author ডক্টৰ বাণীকান্ত কাকতি (Dr. Banikanta Kakati)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS43
Email
Share on Google+
Description

অসমীয়া ভাষাৰ গঠন আৰু বিকাশ

অসমীয়া এটা গৌৰৱোজ্জ্বল সুকীয়া পুৰণি ভাষা

কটন কলেজত অধ্যাপনা কৰি থাকোঁতে ১৯৩৫ চনত অসমীয়া ভাষা আৰু তাৰ বিৱৰ্ত্তন (Assamese-its formation and development)” নামৰ গৱেষণা গ্ৰন্থৰ বাবে কাকতিয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি (ডক্টৰেট) ডিগ্ৰী লাভ কৰে৷ কাকতিৰ এই কার্যই নিজক যি সুখ্যাতি দিলে তাতোকৈ অধিক সুখ্যাতি আৰু গৌৰৱ দান কৰিলে অসমীয়া জাতি আৰু অসমীয়া ভাষাক৷ ই বিশ্বৰ বিদ্বানমণ্ডলীৰ আগত যুক্তিৰে প্ৰমাণ কৰি দিলে যে অসমীয়া ভাষা এটা গৌৰৱোজ্জ্বল পুৰণি ভাষা৷ ই আন কোনো ভাষাৰ ঠাল-ঠেঙুলি নহয়৷

 

*অতুল চন্দ্ৰ বৰুৱা

Reviews

book is my love and heart....
Pulin Gogoi
More reviews

Related Books

Customers who bought this also bought ...

Next Previous