AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ছিৰাজ (Chiraj)

Rating: 4/5
Our Price:
Free
Author লক্ষ্মীধৰ শৰ্মা (Lakshmidhar Sarma)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS42
Email
Share on Google+
Description

সংস্কাৰকামী মনোভাৱ

জীৱনৰ আদিম ক্ষুধাৰ তাড়নাত বিভ্ৰান্ত হৈ পৰা পুৰুষ-নাৰীৰ সামাজিক বিচাৰৰ ক্ষেত্ৰত যি পক্ষপাতিত্ব আছে তাৰ বিৰুদ্ধে তেওঁৰ দুই চাৰি গল্পৰ চৰিত্ৰই বিদ্ৰোহ কৰিছে৷

তেওঁৰ গল্পৰ জৈৱিক সমস্যাৰ প্ৰাধান্য থাকিলেও সামাজিক দুর্বলতাৰ প্ৰতি তেওঁ সচেতন৷ কেইটামান গল্পত সংস্কাৰকামী মনোভাৱ স্পষ্ট৷

*ত্ৰৈলোক্যনাথ গোস্বামী, “অসমীয়া চুটি গল্পৰ ক্ৰমবিকাশ”, “আধুনিক গল্প-সাহিত্য

 

প্ৰথম দায়বদ্ধ লেখক

আধুনিক অর্থত Committed Writer বা দায়বদ্ধ লেখক বুলিলে আমি যি বুজোঁ, সেই অর্থত লক্ষীধৰ শর্মাই বোধহয় অসমীয়া সাহিত্যৰ প্ৰথম দায়বদ্ধ লেখক৷

 

*হোমেন বৰগোহাঞি, অসমীয়া গল্প সঙ্কলন, প্ৰথম খণ্ড

Reviews

....
Dr. Kumar Partha Pratim
More reviews

Related Books

Customers who bought this also bought ...

Next Previous