AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আসামত বিদেশী (Asamat Bideshi)

Rating: 0/5
Our Price:
Free
Author জ্ঞাননাথ বৰা (Jyananath Bora)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS44
Email
Share on Google+
Description

বিদেশী দুর্ঘোৰ সমস্যা

আসামত বিদেশীয়ে যে উন্নতিৰ বাটত ঘাই বিঘিনি আৰু তাক আঁতৰালেহে অসমীয়াই ককাঁল পোন কৰিব পাৰিব তাক এই ক্ষুদ্র পুথিত দেখুৱাবলৈ যথা সাধ্য চেষ্টা কৰা হৈছে। প্রত্যেক প্রদেশে স্বাতন্ত্র্য ৰক্ষা কৰি কেনেকৈ সর্ব্বতোভাবে উন্নত হব পাৰি তাৰ যত্ন কৰিছে। কাৰণ, সমূহ প্রদেশৰ উদ্গতিৰ ওপৰতে ভাৰতৰ স্বৰাজ্য নির্ভৰ কৰিছে। সকলো প্রদেশৰে উন্নতিৰ পথ একে নহয়, একে উপায়কে এটাইবোৰে লব নালাগে। এখন প্রদেশৰ কাৰণে যি সম্বল লাগে, আন খনৰ কাৰণে তাৰ আৱশ্যক নহব পাৰে। এই নিমিত্তে অন্যান্য প্রদেশে নিজৰ উন্নতিৰ অর্থে যি যি কৰে, তাক আমাৰ প্রদেশেও যে কৰিব লাগিব এনে কথা হব নোৱাৰে। দেশৰ অৱস্থা ভেদে ব্যৱস্থাও বেলেগ হয়। আসামৰ কাৰণে বিদেশীয়ে যে দুর্ঘোৰ সমস্যা আৰু তাৰ খণ্ডন নহলে যে দেশৰ উদ্ধাৰ নাই তাক ইয়াত আলোচনা কৰা হৈছে।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous