AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

হেমকোষ (Hemkosh)

Rating: 5/5
Our Price:
Free
Author হেমচন্দ্ৰ গোস্বামী (Hemachandra Goswami)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS45
Email
Share on Google+
Description

স্বর্গীয় হেমচন্দ্ৰ বৰুৱাই অসমীয়া হেমকোষঅভিধান আৰু অসমীয়া ভাষাৰ ব্যাকৰণলিখি অসমীয়া ভাষাৰ আৰু সাহিত্যৰ যি যুগমীয়া উপকাৰ কৰি গল তাক হেজাৰ মুখেৰে কৈও সাং কৰিব নোৱাৰি। ৺হেমচন্দ্র বৰুৱাই অসমীয়া ভাষাত কেইবাখনো কিতাপ লেখি থৈ গৈছে। অসমীয়া ভাষাৰ প্রথম ক-খৰ কিতাপ আদিপাঠলিখে হেমচন্দ্র বৰুৱাই, প্রথম ধেমেলীয়া নাট কানীয়াৰ কীৰ্ত্তনলেখে হেমচন্দ্র বৰুৱাই, প্রথম ধেমেলীয়া সামাজিক উপন্যাস 'বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰি' লেখে হেমচন্দ্র বৰৱাই। এইবোৰ কিতাপৰ নিমিত্তে যদিও অসমীয়া ভাষা তেওঁৰ ওচৰত চিৰকাল ধৰুৱা থাকিব, তথাপি তেওঁ ব্যাকৰণ আৰু অভিধান এই কিতাপ দুখন লিখি থৈ নোযোৱাহেঁতেন, অসমীয়া ভাষা কিজানি চিৰকাল লোকৰ লাথি খোৱা অৱস্থাতে থাকিলেহেঁতেন।

Reviews

....
mrinal
More reviews

Related Books

Customers who bought this also bought ...