AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আন্দোলিত আকাশ (Andolita Aakash)

Rating: 0/5
Price of print book:₹ 140
Our Price:
₹ 120
Author মনালিছা শইকীয়া (Manalisa Saikia)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB06
Email
Share on Google+
Description

বর্তমান সমগ্ৰ বিশ্বতে মানসিক স্বাস্থ্যই মানুহৰ ধ্যান-ধাৰণাত এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰিছে৷ প্ৰকৃতার্থত সুস্থ মানসিক স্বাস্থ্য অবিহনে পুর্ণাংগ স্বাস্থ্যৰ কথা কল্পনা কৰিব নোৱাৰি৷ সেই পৰিপেক্ষিতত মানসিক স্বাস্থ্যৰ দিশটো বহুক্ষেত্ৰত অৱহেলিত৷ তদুপৰি মানসিক ৰোগ বা মানসিক স্বাস্থ্য সম্পর্কীয় কথাবোৰৰ লগত ভ্ৰান্ত ধাৰণা, ভুল বিশ্বাস, আওকণীয়া মনোভাৱ, অন্ধবিশ্বাস ইত্যাদি কথাবোৰ জডি়ত থাকে৷ নিসন্দেহে জনসাধাৰণৰ মাজত এই বিষয়টো সন্দর্ভত জনসচেতনতা বঢে়াৱা আৰু বিজ্ঞানসন্মত সাম্যক ধাৰণা বিলোৱাটো নিত্যান্তই প্ৰয়োজন৷ আচলতে এইটো মানসিক স্বাস্থ্যক্ষেত্ৰৰ লগত জডি়ত মানসিক স্বাস্থ্যকর্মীৰ কাম৷ কিন্তু মনালিছা শইকীয়াই আন্দোলিত আকাশৰ দৰে এখন উপন্যাস সৃষ্টি কৰি মানসিক স্বাস্থ্যকর্মী নহৈও এক বলিষ্ঠ পদক্ষেপ ললে৷ তেওঁৰ সাহিত্য কর্মৰ সৎ প্ৰচেষ্টাৰ দ্বাৰা এনে এটি সংবেদনশীল বিষয়ক জনসাধাৰণৰ মাজত প্ৰ্তস্থা কৰিলে বুলি কলে অতুক্তি কৰা নহব৷ এই দিশৰ পৰা মনালিছাৰ এই সৃষ্টি মাইলৰ খুঁটি বুলিও অভিহিত কৰিব পাৰি৷ আন্দোলিত আকাশ’ –এ সমাজৰ মানসিক স্বাস্থ্যৰ ধ্যান-ধাৰণাৰ আন্দোলিত আকাশখনি ফৰকাল কৰি তুলিব বুলি আশা কৰিব পাৰি৷

 

ডাঃ জয়ন্ত দাস, মানসিক ৰোগ বিশেষজ্ঞ

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous