AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বৃহৎ নদীবান্ধ আৰু অসমৰ বিপৰ্য্যয় (Brihat Nadibandh Aaru Axomor Biparjyay)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 55
Author ড০ হীৰেণ গোহাঁই (Dr. Hiren Gohain)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB23
Email
Share on Google+
Description

সাধাৰণ মানুহৰ জীৱন-মৰণৰ বিষয় বিচাপে চর্চিত হোৱা বৃহৎ নদীবান্ধ সন্দর্ভত ইতিমধ্যে অসমৰ বিজ্ঞানী আৰু অভিযন্তা সকলে কাকতে-পত্ৰই বিস্তাৰিত আৰু তথ্যগধূৰ প্ৰবন্ধ-পাতি লিখিছে৷ ইয়াৰ দ্বাৰা বিষয়টোৰ প্ৰতি আগ্ৰহীসকল তথা সাধাৰণ ৰাইজ বৃহৎ নদীবান্ধৰ অভিযান্ত্ৰিক আৰু পৰিবেশগত দিশবোৰৰ প্ৰতি কিছু কিছু অৱগত হৈছে৷ কিন্তু বৃহৎ নদীবান্ধৰ অন্তৰালত থকা ৰাজিনৈতিক শক্তিবোৰ, অর্থনৈতিক মহলবোৰ আৰু ইবোৰৰ উদ্দেশ্য সম্পর্ক এতিয়ালৈকে উল্লেখযোগ্য চর্চা হোৱা নাই৷ এই গ্ৰন্থত বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড° হীৰেন গোহায়ে বৃহৎ নদীবান্ধৰ অন্তৰালত থকা বৈজ্ঞানিক, সমাজতাত্বিক আৰু অর্থনৈতিক দিশসমূহ সহজ-সৰল ৰূপত লিখি উলিয়াইছে৷ বৃহৎ নদীবান্ধৰ আঁৰত থকা বৃহৎ আর্থ-ৰাজনৈতিক অংকবোৰ বুজি উঠাত সকলো শ্ৰেণীৰ লোককে এই গ্ৰন্থই সহায় কৰিব বুলি আশা কৰা হৈছে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous