AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

এজন পুৰুষৰ গল্প এগৰাকী নাৰীৰ গল্প (Ejan Purushar Galpa, Egaraki Narir Galpa)

Rating: 0/5
Price of print book:₹ 90
Our Price:
₹ 60
Author অনুৰাধা শৰ্মা পূজাৰী (Anuradha Sharma Pujari)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS53
Email
Share on Google+
Description

বেচেৰী, কি ধাৰণাত যে জীয়াই আছা? এই প'ষ্টাৰকেইখন তুমি কেনেকৈ অশ্লীল বুলি ভাবিলা? মই যে এই দুখনত একো অশ্লীলতাই নেদেখোঁ। চোৱা, মেৰিলিন মনৰোৰ নপোটল উৰু আৰু বক্ষ চাই মই জিভাৰ পানী পেলাই থাকো বুলি ভাবিছা যদি তোমাৰ সমান মূর্খ নাই। প্রেমৰ সমস্ত ব্যাপাৰটো দেহকেন্দ্রীভূত। নহলে প্রেমৰ বাবে যৌৱনকাল কিয় লাগে? প্রেমৰ প্রাক্ৰিয়াটোৱেই চাকফিজিকেল মে'টামৰফচিছ- এটা মনোদৈহিক বিৱর্তন। শুনা, তোমাৰ লাইফ স্পেনযদি আশী বছৰ ধৰা, তেন্তে সুপ্ত আৰু জাগ্রত যৌন চেতনাক তুমি দুভাগ কৰা। এভাগ বাৰ বছৰলৈকে, আনভাগ ষাঠিৰপৰা আশীলৈকে। অর্থাৎ মুঠ বত্রিছ বছৰ সুপ্ত যৌনতাৰ সৈতে কল্পনাত খেলি থাকি, আঠচল্লিছ বছৰহে যৌনতাক জাগ্রত কৰি ৰাখিব পাৰা। নাৰীৰ ক্ষেত্রত অলপ আৰু ব্যৱধান আছে। নাৰীৰ যৌনচেতনা পুৰুষতকৈ আগতে আহে। মনোদৈহিক পৰিৱর্তনো সেইবাবে দ্ৰুত। নাৰীয়েহে সেয়ে অজ্ঞ পুৰুষক যৌন শিক্ষা দিয়ে। ভাৰতীয় নাৰীয়ে ষাঠি বছৰমান সুপ্ত যৌন চেতনাৰে পাৰ কৰে। কাৰণ ভাৰতীয় মানসিকতাত যৌনতাক অশ্লীলতা বুলি বুজে।

 

 

অনুৰাধা শৰ্মা পূজাৰীৰ আন এক ছুটি গল্পৰ সংকলন এয়া৷ বিভিন্নজনৰ জীৱনৰ বিভিন্ন কথা সুন্দৰকৈআৰু মন ছুই যোৱাকৈ তুলি ধৰিছে কুশলী লেখিকাগৰাকীয়ে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...