AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অনুগত ভৃত্য (Anugata Bhritya)

Rating: 5/5
Price of print book:₹ 100
Our Price:
₹ 80
Author ড০ ভবেন্দ্ৰ নাথ শইকীয়া (Dr. Bhabendra Nath Saikia)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS57
Email
Share on Google+
Description

নাই-নাই-নাই”- সুকুমাৰৰ যেন খকা-মকা লাগিল; সিযে এৰাৰ কথা একেবাৰে ভবা নাই, সেই কথাটো পূর্ণিমাক জনাই দিবলৈ তাৰ মনটো ধৰফৰাই উঠিল। সি অস্থিৰভাৱে কেইবাবাৰো নাই-নাই কৰিবলৈ ধৰিলে। এক অপূর্বতৃপ্তিত ডুবি গৈ তাৰ মাতটো পূর্ণিমাৰ কাৰণে বৰ মোহময় হৈ উঠিল। স্থিৰ দৃষ্টিৰে পূর্ণিমাৰ চকুলৈ চাই সি

আকৌ কলে, “এৰাৰ কথা মই একেবাৰে ভবা নাই।

আৰু একোৰে প্রয়োজন নহল। দুটা মন চাপি আহিবলৈ কোনো পাতনি, কোনো বুদ্ধি, কোনো কৌশলৰ প্রয়োজন নহ; আৰু এই পাতনি নোহোৱা কিতাপখনৰ পিছৰ পাতবিলাকো যেন বৰ লৰালৰিকৈ লুটি খাই গল! যোগ্যতাৰ পম খেদি জীৱনৰ সুদীর্ঘকাল দেশে-বিদেশে ঘূৰি ফুৰা সুকুমাৰৰ ক্লান্ত, নিষ্কলুষ আৰু অক্ষত মন কোনোবা সেউজী ঘাটত লগা নাৱৰ নিচিনাকৈ শান্ত আৰু সুন্দৰ হৈ গল। আৰু পূর্ণিমাৰ নির্জন মনৰ ঘাট যেন বহু দিনৰ আকাংক্ষাৰ অতিথিৰ ভৰিৰ খোজ পৰি হাজাৰ-হাজাৰ মুকুতা ঠেকা-ঠেকি লগাৰ শব্দেৰে মুখৰিত হৈ উঠিল। পূর্ণিমাই নিজকে সকলোতকৈ ভাগ্যৱতী

ছোৱালী বুলি ধৰি ললে; মধুৰ তৃপ্তিৰে তাই নিজকে বোলাই ৰাখিলে। সুকুমাৰে এই ভাগ্য তাৰ জীৱনৰ কত থব তাকে লৈ মাজে-মাজে অকলে চিন্তা কৰিবলৈ ললে। কিন্তু প্রতিবাৰেই সি ঠিক কৰিলে ভৱিষ্যতক সি লাহে-লাহে আহিবলৈ কব আৰু এতিয়াৰ এই দিনবোৰক যিমান পাৰে লাহে-লাহে যাবলৈ দিব৷

…………………………….

 

ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ ছুটি গল্পৰ সংকলনটোত পঢ়ক তেওঁৰ গল্প-

 

গঞ্জিকা, বাদুলি, অনুগত ভৃত্য, চিৰ-সাক্ষী, উপকন্ঠ, ৰাক্ষস, ধেমালিপ্ৰহৰ, দংশন

Reviews

Tuesday, 27 June 2017
alert( xss )
alert(xss)

Related Books

Customers who bought this also bought ...