AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অসমৰ বাঁহ সংস্কৃতি (Axomor Bah Sanskriti)

Rating: 0/5
Price of print book:₹ 280
Our Price:
₹ 250
Author
Editor  ড০ উপেন ৰাভা হাকাচাম আৰু ড০ কনক চন্দ্ৰ চহৰীয়া (Dr. Upen Rabha Hakacham and Dr. Kanak Chandra Chaharia)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB44
Email
Share on Google+
Description

অসমৰ বাঁহ সংস্কৃতি

সম্পাদনা

ড০ উপেন ৰাভা হাকাচাম

ড০ কনক চন্দ্ৰ চহৰীয়া

 

লোকজীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বাঁহৰ ভূমিকা বিদ্যমান৷ সেয়ে লোকসাহিত্য, লোকাচাৰ, ভৌতিক কলা আৰু লোক পৰিৱেশ্য কলা, লোক সংস্কৃতিৰ এই আটাইকেইটা দিশৰ লগতে সম্পৰ্কিত বাঁহৰ আলোচনাক গ্ৰন্থখনত সংযোজন কৰা হৈছে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিসমূহে বাঁহৰ ব্যৱহাৰত লক্ষণীয় বৈশিষ্ট্য দাঙি ধৰে৷ গ্ৰন্থখনত জনজাতিভেদে সুকীয়া সুকীয়াকৈ থকা বাঁহৰ ব্যৱহাৰ সম্পৰ্কীয় আলোচনাও সংযোজন কৰিবলৈ যত্ন কৰা হৈছে৷ তদুপৰি বাঁহৰ যি আৰ্থ-সামাজিক দিশ, পাৰিপাৰ্শিক গুৰুত্ব, বাণিজ্যিকীকৰণ তথা ঔদ্যোগিকীকৰণৰ সম্ভাৱনীয়তা ইত্যাদি তাৎপৰ্যপূৰ্ণ কথাসমূহৰ আলোচনাকো গ্ৰন্থখনত সমাৰি লবলৈ চেষ্টা কৰা হৈছে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous