AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

নদৰাম (Nadaram)

Rating: 5/5
Our Price:
Free
Author শৰৎ চন্দ্ৰ গোস্বামী (Sarat Chandra Goswami)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS62
Email
Share on Google+
Description

প্রায় দুবছৰ পূর্বে সি যুদ্ধলৈ যায়। যোৱাৰ ছমাহমানৰ আগতে তাৰ গাঁৱৰে ছোৱালী এজনী সি বিয়া কৰাইছিল। ছোৱালীজনী ৰূপহী; বহুদিন আগৰপৰা তাহাঁত দুয়োৰ জনা-শুনা।

ফ্রাঞ্চৰ কোনোবা ঠাইত যুদ্ধ কৰি থাকোঁতে সি হঠাৎ এদিন চিঠি পালে, তাৰ ঘৈণীয়েক তাহাঁতৰ সমনীয়া আৰু লগৰীয়া ভাটিৰামৰ তালৈ গুচি গৈছে; বুঢ়া মাক-বাপেকৰ দুখৰ পাৰ-কূল নাই।

কামাণ্ডাণ্ট অফিচাৰক নদৰামে সকলো কথা কলে। অফিচাৰে তাৰ চিঠিখন লৈ জিলাৰ ডেপুটি কমিছনাৰলৈ পঠালে; কিন্তু আচল কথাটোৰ একো খা-খবৰ অনেক দিন নিমিলিল।

 

ইয়াৰ পিছত ফ্ৰাঞ্চত থকা ভাৰতীয় সৈন্য ইজিপ্ত, মেছোপটেমীয়া প্রভৃতি ঠাই ঘূৰি ফুৰাৰ লগতে নদৰামেও অনেক দিন ঘূৰি-ফুৰি মাহ-দেৰমাহৰ আগতে ঘৰ পাইছেহি।

Reviews

....
Gouri sankar
More reviews

Related Books

Customers who bought this also bought ...

Next Previous