AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অসমীয়া জাতি ডাঙৰ জাতি (Axomiya Jati Dangar Jati)

Rating: 3/5
Our Price:
Free
Author ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা (Rasaraj Lakshminath Bezborua)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS61
Email
Share on Google+
Description

একতা- একতাৰ বিষয়ে অসমীয়া জাতি পৃথিৱীত অদ্বিতীয়। একেতা মানে, অর্থাৎ গাইপতি এটা এটা গোট গোট। অসমীয়া মানুহ গাইগোটা-পেটে-ভঁৰাল বুলি ভুৱনবিদিত। অসমীয়া আপুনি শকত, তেওঁ কেতিয়াও নিবিচাৰে পথৰ ভকত। লোকৰ dependent পৰমুখাপেক্ষী বুলি অসমীয়াৰ গাত কোনেও দোষৰ চাট দিব নোৱাৰে। যদি একতাৰ নিচিনা মহৎ গুণ এটা অসমীয়াৰ থাকিলেই তেন্তে তুমি আৰু অসমীয়াৰ গাত কি বিচাৰা? আৰু কিবা লাগে যদি মোৰ নেজত ধৰি অলপ আগবাঢ়ি আহি চোৱা।

……………….

 

লক্ষ্মীনাথ বেজবৰুৱাৰ তীক্ষ্ন কলমত পঢ়ক কিয় অসমীয়া এক ডাঙৰ জাতি

Reviews

....
SANJAY BAISHYA
More reviews

Related Books

Customers who bought this also bought ...

Next Previous