AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ভেম (Bhem)

Rating: 5/5
Our Price:
Free
Author কালিৰাম মেধি (Kaliram Medhi)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS63
Email
Share on Google+
Description

ভেম (Bhem)

কালিৰাম মেধি (Kaliram Medhi)

 

ভাল গদ্যৰ লক্ষণ বিদ্যমান

প্রৱন্ধ লেখক হিচাপে বিংশ শতিকাৰ আগছোৱাৰ লেখক সকলৰ ভিতৰত মেধি নিশ্চয় আগশাৰীৰ ঠাই পাবৰ ব্যক্তি। ........ তেওঁৰ গদ্য আড়ম্বৰহীন আৰু যুক্তিনিষ্ঠ। আৱেগপ্রাবল্যই ৰচনাশৈলীক কতো অনুভূতি প্রধান কৰি তোলা নাই। স্পষ্টতা বা স্বচ্ছতা, সাৱলীলতা প্রকাশ-ক্ষমতা আৰু প্রভাৱশীলতা যদি ভাল গদ্যৰ বা ৰচনাশৈলীৰ লক্ষণ বুলি ধৰা হয় তেন্তে মেধিৰ ৰচনাশৈলীত সেই গুণ কেইটা বিদ্যমান। তেওঁৰ ৰচনা-ৰীতিত বিচাৰ- যুক্তিনিষ্ঠ দৃষ্টিভঙ্গী, বিশ্লেষণী প্রতিভা আৰু অধ্যয়ন পুষ্ট মনৰ পৰিচয় পোৱা যায়। .......... তেওঁৰ গদ্যশৈলী সুষম (balanced), অলংকাৰ বহুল বা কষ্ট কল্পনালব্ধ চিত্রৰ দ্বাৰা ভাৰাক্রান্ত নহয়।

 

*সত্যেন্দ্ৰনাথ শর্মা

Reviews

....
Gouri sankar
More reviews

Related Books

Customers who bought this also bought ...

Next Previous