AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

চেতনা (Chetana)

Rating: 5/5
Our Price:
Free
Author ৰত্নকান্ত বৰকাকতী (Ratnakanta Barkakati)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS65
Email
Share on Google+
Description

কিন্তু কথা হৈছে এই মায়াটোনো হল কৰ পৰা? মায়া বুলিয়েইবা জানো কেনেকৈ? জগত নাই, ব্ৰহ্মত জগত ভ্ৰম হৈছে, কিন্তু ব্ৰহ্মই বা কোন? সপোনৰ ভিতৰতো থাকি সপোনক সপোন বুলি জনাটো অসম্ভৱ, তাৰ কাৰণে জাগ্ৰতাৱস্থাৰ দৰকাৰ; সাৰ পালেহে কব পাৰি যে সপোন দেখিছিলোঁ৷ যদি জগত-সংসাৰ গোটেইটো এটা স্বপ্ন, তেন্তে তাৰ ভিতৰত জ্ঞান-বুদ্ধি, চিন্তা-চৰ্চা, ভাষা-তত্ত্ব আটাইবোৰ জানো স্বপ্ন নহয়? তেনেহলে সপোনতে সপোনক সপোন বুলি জনাটোও যেনেকৈ এটা সপোনেই, মায়াতে থাকি মায়াক মায়া বুলি জনাটোও তেনেকৈও এটা মায়াহে৷ তেন্তে ব্ৰহ্মত জগত ভ্ৰম মানে কি? ব্ৰহ্ম মানে যদি আত্ম, তেন্তে এই আত্ম কোন? মই, তুমি নে তেওঁ? যদি তুমি, তেওঁ তেওঁ হব নোৱাৰে, -কেৱল মইহে, তেন্তে কেৱল মোৰেই আত্মত জগত ভ্ৰম হৈছে, অৰ্থাৎ মোৰ আত্মভ্ৰম ঘটিছে৷ কিন্তু এই আত্মভ্ৰমটো গুচায় কোনে?

…………..

 

ৰত্নকান্ত বৰকাকতী ৰচনা চেতনাপঢ়ক নিজৰ চেতনাৰ বিষয়ে জানিবলৈ

Reviews

iOS....
Biki
More reviews

Related Books

Customers who bought this also bought ...