AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অনন্যা (Ananya)

Rating: 0/5
Price of print book:₹ 160
Our Price:
₹ 140
Author নিৰুপমা বৰগোহাঞি (Nirupama Bargohain)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB07
Email
Share on Google+
Description

অভিযাত্ৰীআৰু অগ্ৰগামিনীৰ পাছত নিৰুপমা বৰগোহাঞিৰ তৃতীয়খন তথা শেষৰখন জীৱনীভিত্তিক উপন্যাস অনন্যা। এই উপন্যাস ৰচিত হৈছে ইন্দিৰা দেৱীৰ জীৱনৰ আধাৰত। প্ৰত্যাহ্বানমূলক নাৰী শিক্ষাৰে ত্ৰিশৰ দশকতে শিক্ষিত ইন্দিৰা দেৱীয়ে ১৯৪৫ চনত স্থাপিত তাৰিণীচৰণ চৌধুৰী ছোৱালী হাইস্কুল (চমুকৈ টিচি) ৰ প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব লৈ, পৰৱৰ্তী সময়ত নাৰী শিক্ষাৰ প্ৰাণকেন্দ্ৰ হৈ পৰা তাৰিণী চৌধুৰী উচ্চতৰ চৰকাৰী বহুমুখী বিদ্যালয়ৰ অধ্যক্ষাৰ দায়িত্বও কান্ধপাতি লবলগা হয়। সেইগৰাকী ইন্দিৰা দেৱীৰে সংঘাতপূৰ্ণ তথা সংগ্ৰামী জীৱনটো সুন্দৰ ৰূপত অংকন কৰিছে তেওঁৰেই কৃতী ছাত্ৰী নিৰুপমা বৰগোহাঞিয়ে ৷ উপন্যাসখনত এইগৰাকী মহিয়সী নাৰীৰ সম্পূৰ্ণ জীৱনটো পৰিস্ফুট হোৱাৰ লগতে সেই সময়ৰ শিক্ষা সমাজ আৰু বিদ্যালয়খনৰ ইতিহাসো সংকলিত হৈছে। ।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...