Rating: 0/5
Our Price: ₹ 140 |
|
||||||||||||||||
|
‘অভিযাত্ৰী’ আৰু ‘অগ্ৰগামিনী’ৰ পাছত নিৰুপমা বৰগোহাঞিৰ তৃতীয়খন তথা শেষৰখন জীৱনীভিত্তিক উপন্যাস ‘অনন্যা’। এই উপন্যাস ৰচিত হৈছে ইন্দিৰা দেৱীৰ জীৱনৰ আধাৰত। প্ৰত্যাহ্বানমূলক নাৰী শিক্ষাৰে ত্ৰিশৰ দশকতে শিক্ষিত ইন্দিৰা দেৱীয়ে ১৯৪৫ চনত স্থাপিত তাৰিণীচৰণ চৌধুৰী ছোৱালী হাইস্কুল (চমুকৈ টিচি) ৰ প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব লৈ, পৰৱৰ্তী সময়ত নাৰী শিক্ষাৰ প্ৰাণকেন্দ্ৰ হৈ পৰা তাৰিণী চৌধুৰী উচ্চতৰ চৰকাৰী বহুমুখী বিদ্যালয়ৰ অধ্যক্ষাৰ দায়িত্বও কান্ধপাতি ল’বলগা হয়। সেইগৰাকী ইন্দিৰা দেৱীৰে সংঘাতপূৰ্ণ তথা সংগ্ৰামী জীৱনটো সুন্দৰ ৰূপত অংকন কৰিছে তেওঁৰেই কৃতী ছাত্ৰী নিৰুপমা বৰগোহাঞিয়ে ৷ উপন্যাসখনত এইগৰাকী মহিয়সী নাৰীৰ সম্পূৰ্ণ জীৱনটো পৰিস্ফুট হোৱাৰ লগতে সেই সময়ৰ শিক্ষা সমাজ আৰু বিদ্যালয়খনৰ ইতিহাসো সংকলিত হৈছে। ।
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |