AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অন্তৰীপ খণ্ড ১ (Antarip Part 1)

Rating: 5/5
Price of print book:₹ 75
Our Price:
₹ 50
Author ড০ ভবেন্দ্ৰ নাথ শইকীয়া (Dr. Bhabendra Nath Saikia)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS68
Email
Share on Google+
Description

এইখন বিয়া বাৰু কেনেকৈ হল কোৱাচোন৷

কিৰণ চক খাই উঠিল। মেনকাৰ মুখলৈ ভয়-ভয় দৃষ্টিৰে চাই তাই মাটিলৈ চালে। বহুত সময় তাই তেনেকৈয়ে থাকিল।

মেনকাৰ মুখলৈ এটা ক্ষীণ, প্রশান্ত হাঁহি আহিল। তাই কিৰণক অভয় দি কলে, “কোৱাচোন। এতিয়াতো আৰু নোকোৱাকৈ থাকি লাভ নাই। যি হবৰতো হৈয়েই গল!

কিৰণে এটা উশাহ সলালে, তাৰ পাছত কলে, “কেনেকৈ কি হল মই একো কব নোৱাৰোঁ৷

বিয়াখন কোনে ঠিক কৰিলে?”

পিতাইহঁতে৷

মই আছোঁ, মোৰ চাৰিটা লৰা-ছোৱালী আছে, এইবোৰ কথা তেওঁলোকে জানিছিল নে নাজানিছিল?” মেনকাৰ মাতটো সৰু আছিল, কিন্তু বৰ পৰিষ্কাৰ আছিল। কিৰণৰ এটা শব্দও নুশুনাকৈ থকাৰ উপায় নাছিল।

জানিছিল৷

তেনেহলে? সকলো জানি-শুনিও-

কিৰণে চোতালৰ ফালে চাই থাকি কলে, “পিতাইহঁত দুখীয়া মানুহ। ছোৱালী বিয়া দিব লাগে, সুবিধা পাইছে, দি দিছে৷

সুবিধা পাইছে? কি সুবিধা পাইছে?”

এখেতসকলে ধৰিছে, বিয়াৰ খৰচ-পাতি দিছে৷

মেনকাই আঙুলিৰে চেনিখিনি লৰালে। চেনিৰ মাজত পৰুৱা পোত খাই আছে নেকি বিচাৰিলে। অলপ সময় তেনেকৈ থাকি তাই সুধিলে, “কথাটো আৰম্ভ হল কেনেকৈ? এওঁলোকৰ লগত তোমালোকৰ চিনাকি হল কেনেকৈ?”

………………

 

ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ এক অতুলনীয় সৃষ্টি৷ মেনকাৰ কি হ? মহীকান্ত কি কৰিলে৷ কিৰণে কি কৰিব? পাৰিবনে মেনকাই মহীকান্তৰ ঘৰত থাকিব আন এগৰাকী মানুহৰ সৈতে?

Reviews

....
Kamal Dutta
More reviews

Related Books

Customers who bought this also bought ...