AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

দ্য ইম্ম’ৰটেলছ অব মেলুহা (The Immortals of Meluha )

Rating: 5/5
Price of print book:₹ 300
Our Price:
₹ 270
Author মূলঃ আমিশ ত্ৰিপাঠী (Original: Aamish Tripathi)
Translator   বিপুল দেউৰী (Translator: Bipul Deuri)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP30
Email
Share on Google+
Description

দ্য ইম্মৰটেছ অব মেলুহা

মূলঃ আমিশ ত্ৰিপাঠী

 

অনু- বিপুল দেউৰী

 

কিংবদন্তি ঈশ্বৰলৈ ৰূপান্তৰিত কৰা এজন মানুহৰ কাহিনী

 

খ্ৰীঃপূর্ব ১৯০০ শতিকা৷

যাক নৱ্য ভাৰতীয়ই ভুলকৈ সিন্ধু উপত্যকা সভ্যতা বুলি অভিহিত কৰিলে৷

সেই কালৰ বাসিন্দাসকলে এই দেশক কৈছিল মেলুহাৰ ভূ-খণ্ড৷ বহু শতিকাৰ পূর্বে এই নিখুঁতপ্ৰায় সাম্ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল প্ৰভু ৰামে, যিগৰাকী এই ধৰাত জন্মগ্ৰহণ কৰা এগৰাকী মহান নৃপতি৷

এসময়ত এই গৌৰৱোজ্জল সাম্ৰাজ্য আৰু ইয়াৰ শাসকসকলে তেওঁলোকৰ প্ৰধান নদী সৰস্বতী ক্ৰমান্বয়ে মৃত্যুমুখী হোৱাৰ ফলত গভীৰ সংকটৰ সন্মুখীন হৈছিল৷ তদুপৰি তেওঁলোক সন্মুখীন হবলগীয়া হৈছিল পূব দিশৰ চন্দ্ৰবংশীসকলৰ ভূ-খণ্ডৰ পৰা হোৱা ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰো৷ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছিল, যেতিয়া চন্দ্ৰবংশীসকলে সমাজৰ পৰা বহিষ্কৃত এচাম কুন্ধচ, দুর্দান্ত সামৰিক শক্তিসম্পন্ন জাতি নাগসকলৰ সৈতে সংঘবদ্ধ হৈছিল৷

চন্দ্ৰবংশীসকল এক পৌৰাণিক কিংবদন্তিৰ ওপৰত নির্ভৰশীল হৈ আছিল যত কোৱা হৈছিল যেতিয়াই সাগৰ সদৃশ দুষ্কৃতিয়ে সর্বত্ৰ ছানি ধৰি সকলো হেৰাই যোৱাৰ উপক্ৰম ঘটিব, যেতিয়াই শত্ৰুপক্ষই বিজয় সাব্যস্ত কৰিব, তেনে সময়তে এগৰাকী বীৰ পুৰুষৰ আবির্ভাৱ ঘটিব৷

অসম্পূর্ণ ৰূপৰেখাৰে অংকিত তিব্বতীয় অভিবাসী সেইজন বীৰ পুৰুষ শিৱই নে প্ৰকৃততেই তেওঁ আদর্শপুৰুষ হব বিচাৰিছিলনে?

আকস্মিকভাৱে অদৃষ্টই প্ৰেম আৰু কর্তব্যৰ মাজলৈ টানি অনা শিৱই সূর্যবংশীসকলৰ প্ৰতিশোধৰ নেতৃত্ব দি দুষ্কৃতি বিনাশ কৰিছিল নে?

 

শিৱ ত্ৰয়োবৃত্তৰ এইখনেই প্ৰথম গ্ৰন্থ, ত বর্ণিত হৈছে এজন সহজ-সৰল মানুহ কর্মবলেৰে মহাদেৱলৈ উন্নীত হোৱা অভিনৱ কাহিনী৷

Reviews

....
Vrigu Kumar Borah
More reviews

Related Books

Customers who bought this also bought ...