Rating: 0/5
Our Price: ₹ 60 |
|
||||||||||||||||
|
হাও দ্য ষ্টীল ৱায্ টেম্পাৰড (How The Steel Was Tempered )
মূলঃ নিকোলাই অষ্ট্ৰভস্কি (Nikolai Ostrovsky)
ভাবানুবাদ- চেনিচম্পা মহন্ত
যোৱাটো শতিকাৰ শেষৰ ফালে ছোভিয়েট ৰাছিয়াৰ পতন হ’লেও শতিকাটোৰ অত্যন্ত গুৰুত্বপূর্ণ ৰাজনৈতিক সংঘটনো আছিল জাৰৰ শাসন ওফৰাই ছোভিয়েট ৰাছিয়াৰ গঠন কৰা৷ লেনিনৰ নেতৃত্বৰ মার্ক্সবাদৰ সফল প্ৰয়োগ হৈছিল ৰুছ গণৰাজ্যত৷ এই বিপ্লৱৰ সময়তে এটা ১৩ বছৰীয়া ল’ৰা বলছেভিক দলৰ সদস্য হৈ যুদ্ধত জড়িত হৈছিল আৰু নতুন ৰাছিয়াৰ গঠনত নিজকে নিয়োজিত কৰিছিল৷ যুদ্ধত তেওঁৰ শৰীৰ ক্ষত-বিক্ষত হৈ পৰিছিল, বিশ বছৰতে তেওঁ হৈছিল অন্ধ৷ তেওঁৰ জীৱনৰ সচাঁ কাহিনীৰ মাজেৰে ছোভিয়েট ৰাছিয়াৰ সেই সময়ৰ অস্থিৰতা তুলি ধৰা নিকোলাই অষ্ট্ৰভস্কিৰ এই কিতাপখনৰ শিশু-কিশোৰৰ উপযোগীকৈ অনুবাদ কৰিছে চেনিচম্পা মহন্তই৷ এনে এখন কিতাপ পাঠ্যক্ৰমত অন্তর্ভুক্ত হ’লে আমাৰ কিশোৰসকল জীৱন যুঁজত নামিবলৈ অনুপ্ৰাণিত যে হ’ব সেয়া ধুৰুপ৷
দিগন্ত ওজা
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |