AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আপৰোৰ্ ইন ইণ্ডিয়া (Uproar in India)

Rating: 0/5
Price of print book:₹ 99
Our Price:
₹ 80
Author জুলে ভাৰ্ণে (Jules Verne)
Translator  ৰূপম বৰুৱা (Translator: Rupam Baruah)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP13
Email
Share on Google+
Description

দৌৰি থাকোঁতেই পিছলৈ ঘূৰি চাই মান্‌ৰোৱে দেখিলে, বেহেমথৰ বয়লাৰটো ফাটি গল৷ নমাৰ আগতে বেংকছে পূর্ণ গতিৰে বেহেমথক চলাই আনিছিল৷

বয়লাৰ ফাটি যোৱাৰ লগে লগে বেহেমথে যেন পাক ঘূৰণি এটা খালে৷ শুঁৰটো ওপৰলৈ দাঙি আছে, তীখাৰ আৱৰণটো চূর্ণ-বিচূর্ণ হৈ চাৰিওপিনে ছিটিকি পৰিছে, হাওদাটোও নানা চাহেবসহ ছিটিকি গৈ পৰিল খাদত৷

বেচেৰা বেহেমথ!হুডে দৌৰি দৌৰি কলে – ‘আমাক বচাবলৈ গৈ তইহে মৰিলি!

 

১৮৫৭ চনৰ মহাবিদ্ৰোহৰ পৰৱর্তী সময় এছোৱাক পটভূমি হিচাপে লৈ ৰচিত বিশ্ব বিখ্যাত সাহিত্যিক জুলে ভার্নেৰ ধ্ৰুপদী উপন্যাস

……….

 

 

ৰূপম বৰুৱা৷ লেখক-সাংবাদিক, শিল্পী আৰু পর্বতাৰোহী ৰূপম বৰুৱাই এড্ভেঞ্চাৰমূলক সাহিত্য ৰচনা আৰু অনুবাদৰ এক বিশেষ ধাৰাক প্ৰতিনিধিত্ব কৰে৷ অসমীয়া, ইংৰাজী আৰু বালাং এই তিনিওটা ভাষাতে লিখা-মেলা কৰা বৰুৱাৰ লেখনিৰ বিষয়বস্তুৰ পৰিধি প্ৰকৃতি-পৰিবেশকে ধৰি সাহিত্য, সংস্কৃতি, ইতিহাস, ৰাজনীতিলৈকে বিস্তৃত৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসৰ স্নাতকোত্তৰ বৰুৱাই প্ৰথমে মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল যদিও পাছত সাংবাদিককে বৃত্তি হিচাপে গ্ৰহণ কৰে৷ বৰুৱাৰ ‘…ইত্যাদিনামৰ বহুল প্ৰশংসিত গ্ৰন্থখন বাতৰি কাকতত বিভিন্ন বিষয় সম্পর্কে লিখা তেওঁৰ কলমৰ সংকলন৷ গল্প নহয়’, ‘বন্ধুত্বআৰু প্ৰসংগঃ প্ৰকৃতিতেওঁৰ আন তিনিখন প্ৰকাশিত গ্ৰন্থ৷ বৰুৱাই ৰাষ্ট্ৰীয় কথাবটাঁপ্ৰাপ্ত অসমীয়া গল্পৰ সংকলন কথাসম্পাদনা কৰিছে৷ তদুপৰি যুটীয়াভাৱে তেওঁ সম্পাদনা কৰিছে লক্ষ্মীনাথ, জ্যোতিপ্ৰসাদ আৰু জয়মতীআৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিৰোধৰ পদধ্বনিনামৰ আন দুখন গ্ৰন্থ৷ এগৰাকী সুদক্ষ চিত্ৰকৰ বৰুৱাই ভালেমান গ্ৰন্থৰ ব্যাখ্যাচিত্ৰ অংকন কৰিছে৷ প্ৰকৃতিৰ প্ৰতি গভীৰভাৱে আসক্ত বৰুৱা হিমালয়ৰ ভালেমান অঞ্চল আৰু অৰুণাচল-অসমৰ গভীৰ বনানীত ভ্ৰমণৰ অভিজ্ঞতাৰে পুষ্ট৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...