AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

নেকেড এমং দা ৱলভছ্ (Naked among The Wolves)

Rating: 5/5
Price of print book:₹ 180
Our Price:
₹ 160
Author ব্ৰুনো আপিৎজ (Bruno Apitz)
Translator  মুকুল কলিতা, সবিতা লহকৰ (Mukul Kalita, Sabita Lahkar)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP12
Email
Share on Google+
Description

নেকেড এমং দা ৱুলভছ্ (Naked Among the Wolves)

মূল - ব্ৰুনো আপিৎজ (Bruno Apitz)

ভাষান্তৰ

মুকুল কলিতা (Mukul Kalita)

সবিতা লহকৰ (Sabita Lahkar)

 

স্থানঃ বুখেনভাল্ড কনচেনট্ৰেশ্যন কেম্প৷

কালঃ ১৯৪৫ চন, দ্বিতীয় মহাসমৰৰ অন্তিম পর্যায়৷

এই কুখ্যাত কেম্পটোত বন্দী হৈ আছিল, ৰুছ, জার্মান, পোলিছ, ডাচ্, অষ্টিয়ান, চেক, ফৰাচী, ইহুদীকে আদি কৰি ভিন্ন দেশীয় লোক৷ ইয়াতেই ৬৩,০০০গৰাকী বন্দী মৃত্যুমুখত পৰিছিল নাৎসীসকলৰ বর্বৰ অত্যাচাৰত৷ অথবা প্ৰকাৰান্তৰে তেওঁলোকক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল৷ প্ৰতিটো নিশাই বন্দীসকলৰ মৰণকাতৰ চিঞৰত বিদীর্ণ হৈছিল বুখেনভাল্ডৰ হিমচেঁচা ৰাতি৷ এই কেম্পটোতেই ঘটিছিল এক বিস্ময়কৰ ঘটনা৷ মানুহৰ কল্পনাই ঢুকি পাবগৈ নোৱাৰা এক আশ্চর্যকৰ ঘটনা৷ কাহিনীটো বিশ্ববাসীৰ সন্মুখত উন্মোচিত হৈছিল ১৯৫৮চনত ব্ৰুনো আপিৎজে জার্মান ভাষাত ৰচনা কৰা ‘Nackt Unter Wolfen’ নামৰ গ্ৰন্থখনিৰ জৰিয়তে৷ লেখক ব্ৰুনো আপিৎজো আছিল বুখেনভাল্ড কেম্পৰ এগৰাকী বন্দী৷ সমগ্ৰ পৃথিৱীৰ মানুহ স্তম্ভিত হৈ পৰিছিল তেওঁৰ গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাতে পৰিস্ফূট হোৱা মানুহৰ বিপন্ন সময়ৰ চিত্ৰ আৰু নির্যাতিত মানুহৰ জীয়াই থাকিবলৈ বিচৰা দুর্জেয় ইচ্ছাশক্তিৰ কাহিনী পঢ়ি৷ প্ৰকাশৰ লগে লগেই গ্ৰন্থখনে বেষ্ট চেলাৰত অন্তর্ভুক্ত হয় আৰু সেই বছৰেই লাভ কৰে জার্মান ডেমক্ৰেটিক ৰিপাব্লিকৰ সর্বোচ্চ সন্মান জাতীয় পুৰস্কাৰ৷ লগে লগেই পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুদিত হয় এই গ্ৰন্থখনি৷

 বিপুল দেউৰী

Reviews

iOS....
Biki
More reviews

Related Books

Customers who bought this also bought ...

Next Previous