AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

লিড’লাম (Lidolam )

Rating: 0/5
Price of print book:₹ 350
Our Price:
₹ 320
Author জুৰী বৰা বৰগোহাঞি (Juri Bora Borgohain)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP31
Email
Share on Google+
Description

১৭২৬ কিলোমিটাৰ দৈর্ঘ্যৰ এটা পথ নির্মাণৰ ইতিহাস৷ দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰেক্ষাপটত যাক যুদ্ধকালীন ক্ষিপ্ৰতাৰে নির্মাণ কৰি উলিওৱা হৈছিল৷ হাজাৰ প্ৰতিকূলতাৰ বিৰুদ্ধে যুদ্ধ কৰি যত ছহিদ হৈছিল হিচাপহীন সৈনিক আৰু বনুৱা৷ প্ৰতি কিলোমিটাৰত এজনকৈ সৈনিক বা বনুৱাৰ মৃত্যু হোৱাৰ সেই সময়ত অভিশপ্ত যেন হৈ পৰা পথটো মেন এ মাইলহিচাপে জনাজাত হৈ পৰিছিল৷ মৃত্যুৰ কিৰিলীয়ে দেওধনী দিয়া এই ঐতিহাসিক পথটো স্থানীয় ভাষাত লিডলামবুলি কোৱা হৈছিল৷ অসমৰ লিডুৰ পৰা মহাচীনৰ কুনমিঙলৈকে বিয়পি থকা এই পথটোৰ নেতৃত্বত আছিল জেনেৰেল জোছেফ ৱাৰেন ষ্টিলৱেল৷ সেইবাবে এই পথটো পৃথিৱীৰ মানচিত্ৰত ষ্টিলৱেল ৰোডনামেৰে জনাজাত৷ সুদূৰ আমেৰিকাৰ পৰা অহা এদল আমেৰিকান, স্থানীয় ভাৰতীয় লগতে চীন, নেপাল, ব্ৰহ্মদেশ আদিৰ সৈনিক আৰু বনুৱাৰ সন্মিলিত প্ৰচেষ্টাত নির্মাণ হোৱা এই পথটোৰ ইতিহাসৰ লগতে জড়িত হৈ থকা প্ৰান্তীয় মানুহৰ বুভুক্ষু বেদনা আৰু কৰাল (awful) আর্তনাদেৰে সমগ্ৰ উপন্যাসখন মুখৰিত৷ ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিৰ দীর্ঘদিনীয়া কষ্টসাধ্য পৰিশ্ৰমৰ ফচল লিডলামঅসমীয়া উপন্যাস সাহিত্যত এক অভিনৱ সংযোজন৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...