AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আমাৰ থলুৱা ব্যঞ্জন (Aamar Tholuwa Byanjan )

Rating: 0/5
Price of print book:₹ 150
Our Price:
₹ 120
Author জ্যোতি দাস (Jyoti Das)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP38
Email
Share on Google+
Description

অসমীয়া আখল ঘৰত বিশেষভাৱে পৰিচিত এটা নাম হৈছে জ্যোতি দাস৷ অসমীয়া থলুৱা খাদ্যৰ ৰন্ধনকলা বা শৈলী সুনিপুণকৈ আয়ত্ত কৰি আৰু ইয়াক প্ৰয়োগ কৰি তেওঁ ইতিমধ্যে দেশজুৰি খ্যাতি লভিছে৷ নিজৰ লিখনিৰ যোগেদি আমাৰ থলুৱা খাদ্যৰ মানদণ্ড, সৌৰভ আৰু সুগন্ধক সমগ্ৰ বিশ্বত বিয়পাই দিয়া তেওঁৱেই হয়তো প্ৰথম লেখক৷ অসমৰ বিভিন্ন প্ৰকাশন সংস্থাই শ্ৰীমতী দাসৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে আন্তৰাষ্ট্ৰীয় প্ৰকাশন সংস্থা ৰূপায়ো Ambrosia নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছে৷ আমাৰ থলুৱা ব্যঞ্জন গ্ৰন্থখনত অসমীয়া পৰম্পৰাগত খাদ্যৰ লগতে অসমৰ জনগোষ্ঠীয় পৰম্পৰাগত খাদ্যৰো বর্ণাঢ্য সংযোজন হৈছে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...