Rating: 5/5
Our Price: ₹ 10 |
|
||||||||||||||||
|
গুণাৰাম খনিকৰৰ “ঘৰুৱা চিকিৎসাৰ নিদান”ত পাব তলত উল্লেখ কৰা ৰোগসমূহৰ ঘৰুবা চিকিৎসাৰ সহজ আৰু চমু উপায়-
স্নায়ুৰোগ, নিদ্রাহীনতা, মৃগীৰোগ, স্মৰণশক্তি হ্রাস, চকুৰ ৰোগ, চকুত চানি পৰা বা চকুত জাল পৰা ৰোগ, চকু ৰঙা পৰা ৰোগ, কুকুৰী কণা, চকুৰ পৰা পানী পৰা, চকুত আঘাত লগা, চকু অনবৰত পিৰিকিয়াই থকা (শিশু), চুলিৰ ৰোগ, টকৌৱে খোৱা, চুলিসৰা, চুলিত ওকণি হোৱা, চুলিত উফি, দাঁতৰ ৰোগ, দাঁতৰ আলু উখহা, পূঁজ তেজ ওলোৱা (পায়োৰিয়া ৰোগ), দাঁতৰ বিষ, দন্তক্ষয়, কাণৰ ৰোগ, কাণৰ বিষ, কাণৰ পৰা পূঁজ ওলোৱা, নাকৰ ৰোগ, চাইনোচাইটিচ্, ডিঙি আৰু হাওঁফাওঁৰ ৰোগ, পানীলগা, ইনফ্লুয়েঞ্জা, কাহ, ব্রংকাইটিচ, টনচিলাইটিচ্, নিউমোনীয়া, যকৃত আৰু হৃদৰোগ, জন্দিচ, ৰক্তহীনতা, উচ্চ ৰক্তছাপ, নিম্ন ৰক্তছাপ, বুকু ধপধপনি, মেলেৰিয়া, জন্দিচ, ৰক্তহীনতা, উচ্চ ৰক্তছাপ, নিম্ন ৰক্তছাপ, বুকু ধপধপনি, মেলেৰিয়া, পাচনতন্ত্রৰ ৰোগ, কোষ্ঠ কাঠিন্য, গ্রহণী, পেটচলা, পেটৰ ঘা, অর্শ বা কেঁচুমুৰীয়া, অৰুচি, পেলু, পিত্ত, বৃক্ক আৰু প্রজননতন্ত্রৰ ৰোগ, বৃক্কৰ পাথৰ, প্রমেহ (গনোৰিয়া), বাধক বেদনা, ৰক্তস্রাৱ, বগাস্রাৱ, যৌন শক্তিহীন, পলম কন্যাকাল, স্তনৰ ৰোগ, ছালৰ ৰোগ, বেচু, খজুৱতী, খৰ, শালমইনা, খহু, এন্দুৰীয়া ৰোগ, গ্রন্থি ৰোগ, গৰল ৰোগ, বহুমূত্র, মেদৰোগ, গাঁঠিৰ বিষ, জ্বৰ, সাধাৰণ জ্বৰ, সৰু আই, আকস্মিক দুর্ঘটনা, কটাচিঙাৰ তেজ ওলোৱা, জুইয়ে পোৰা, আঘাত, মোচোকা খোৱা, হাত-ভৰিৰ হাড় ভগা
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |