AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অকলশৰে (Akolshore)

Rating: 0/5
Price of print book:₹ 60
Our Price:
₹ 50
Author দেৱপ্ৰসাদ তালুকদাৰ (Debaprakhad Talukdar)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP08
Email
Share on Google+
Description

...তেওঁ নিশ্চিতভাৱে জানে যে প্ৰকৃতিৰ সৌন্দর্য ৰ-লাগি চাব পৰা, প্ৰেমৰ অনাবিল পুলক অনুভৱ কৰিব পৰা, আন এজনৰ সুখ-দুখত নিঃস্বার্থভাৱে সঁহাৰি দিব পৰা মানুহৰ মাজতেই থাকে মানুহৰ আচল চিনাকি৷ কিন্তু হিংসাত বিকাৰগ্ৰস্ত মানুহে হেৰুৱাইছে তাৰ সেই নিষ্পাপ সাৰল্য৷ অথচ তাৰ অবিহনে উদ্ধাৰৰ কোনো পথ নাই৷ অতি পৰিচিত নৈসর্গিক দৃশ্যৰে, বিভিন্ন ঋতুৰ বিচিত্ৰ অনুভৱৰ মাজেৰে, কবি তালুকদাৰে সেই লক্ষ্যৰ নিবিড় আকর্ষণ আৰু সেই অন্বেষণৰ যন্ত্ৰণা ফুটাই তুলিছে৷ পৰিচিত বিভৎসতাৰ ছবি সন্মুখলৈ ননাকৈয়ে এনেদৰে তেওঁ আমাৰ সাম্প্ৰতিক জীৱনৰ স্বৰূপ আমাৰ চেতনাত ফুটাই তুলিছে অনায়াসে, নৈপুণ্যৰে৷ তেওঁৰ ভাষাত কথোপকথনৰ নিভৃত স্বগত সংলাপৰ ছন্দ, শব্দ চয়নত চটকদাৰ অভিনৱত্ব নাই, অথচ পৰিচিত শব্দৰ অপৰিচিত অভিনৱ প্ৰয়োগ আছে৷ তেওঁৰ কবিতাই যেন শোকগ্ৰস্ত পিতৃ, প্ৰেমিক, পুত্ৰ-কন্যাৰ কাণৰ কাষত বহি অকৃত্ৰিম সহানুভূতিৰে সান্ত্বনা আৰু প্ৰেৰণা দিয়া বন্ধুৰ কাম কৰিছে৷ তালুকদাৰৰ কবিতা পঢ়ি সেয়ে ভাল পালোঁ৷...

 

হীৰেণ গোহাঁই

 

...তেওঁ মানুহৰ কথা ভাবে, তেওঁৰ কবিতাত লীন হৈছে তেজৰ এপিয়লা দুখ৷ দৈনন্দিন জীৱন-যন্ত্ৰণা সম্বন্ধেও তেওঁ সজাগ৷ এনকাউন্টাৰত তেওঁ গান্ধীৰ প্ৰার্থনা সভাত গুলীৰ আৱাজৰ পুনৰ দুঃস্বপ্ন দেখিছে৷ তথাপি তেওঁ পাহৰিব খোজা নাই গান৷ বোধহয় এই গান জীৱনৰে গান৷ এইবোৰ গুণ তেওঁৰ কবিতাত আছে৷...

 

নলিনীধৰ ভট্টাচার্য

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous