AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আজি গানৰ বৰষুণত তিতিম (Aaji Ganar Baraxunat Titim )

Rating: 0/5
Price of print book:₹ 55
Our Price:
₹ 40
Author বিশ্বজিৎ নাথ (Biswjit Nath)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP33
Email
Share on Google+
Description

ছক্ৰেটিছে বিহপান কৰি আত্মহত্যা কৰিছিল৷ এই বিহপানৰ অন্যতম কাৰক আছিল অসন্তুষ্টি৷ ছক্ৰেটিছ কবি নহলেও তেওঁৰ এই অসন্তুষ্টিয়ে যুগে যুগে কবিসকলকো চিন্তাৰ খোৰাক যোগাই আহিছে৷ বিশ্বজিৎ নাথ ছক্ৰেটিছৰ অনুৰাগী নহলেও তেওঁৰ কবিতাৰ শৰীৰৰ আঁহে আঁহে যেন কিছু পৰিমাণে হলেও ছক্ৰেটিছৰ অসন্তুষ্টিয়ে ভীৰ কৰিছে৷ ২০০৪  চনতে প্ৰকাশ পোৱা মোৰ নৈখনত তোমাৰ ঠিকনানামৰ কাব্য সংকলনটিয়ে অসম কবি সন্মিলনৰ শ্ৰেষ্ঠ প্ৰকাশিত কাব্য সংকলন হিচাপে নির্বাচিত হোৱাৰ প্ৰায় এক দশক পিছতেই এই দ্বিতীয়খন কাব্য সংকলন প্ৰকাশ পাইছে৷ শব্দযোজনা আৰু চিত্ৰকল্পৰ অভিনৱত্বৰে সমৃদ্ধ কাব্যগ্ৰন্থখনৰ কবিতাবোৰতে সন্নিৱিষ্ট হৈছে গাঁৱলীয়া জীৱনৰ নষ্টালজিক ছবি, হাগ বিহু আৰু বসন্তৰ নৈসর্গিক তথা নান্দনিক দৃশ্য, স্বদেশৰ সন্ত্ৰাসিত সময়ৰ প্ৰতিচ্ছবি আৰু সামগ্ৰিকভাৱে অসমৰ সমাজ জীৱনৰ বাৰেৰহণীয়া দিশ৷

প্ৰায় দুটা দশক ধৰি কাব্যচর্চাৰ প্ৰয়াস অব্যাহত ৰখা বিশ্বজিৎ নাথ পেছাগত হিচাপে আজিৰ দৈনিক বাতৰিৰ ষ্টাফ ৰিপর্টাৰ৷ কবিৰ মতে, তেওঁৰ অপৈণত সৃষ্টি আজি গানৰ বৰষুণত তিতিমশীর্ষক সংকলনখনত পাঠকে কবিতাৰ শৰীৰ আৰু মনএই দুয়োটা চুই চাব পাৰিলে আমাৰ পৰিশ্ৰম সার্থক হব৷

 

বিশ্বজিৎ নাথ

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous