AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ৰ’দ (Rowd )

Rating: 0/5
Price of print book:₹ 115
Our Price:
₹ 90
Author কৌস্তুভমণি শইকীয়া দত্ত (Koustbhmani Saikia Dutta)
Language Assamese
Publisher Nirvana Sutra
Book Code  BP28
Email
Share on Google+
Description

দে বৰষুণে আকাশ আৰু পৃথিৱীৰ ব্যক্তিনির্ভৰ অনুধাৱনৰ সঠিক আখ্যান কৌস্তুভমণিৰ কবিতা

-প্ৰদীপ আচার্য

 

উদীয়মান কবি কৌস্তুভমণি শইকীয়া দত্তৰ এগৰাকী প্ৰতিভাসম্পন্ন কবিৰ আন্তৰিক ভাৱনাৰ স্বতঃস্ফূর্ত প্ৰকাশ৷ সহজ সুন্দৰ ভাষা, যথোপযুক্ত চিত্ৰকল্প, মানুহক বিচাৰি মানুহৰ হৃদয়লৈ গতি কৰাৰ দুর্ব্বাৰ বাসনাৰে পৰিপূর্ণ তেওঁৰ কবিতা৷ তেওঁ বিচাৰিছে মানুহৰ হৃদয়ৰ ৷ তেওঁৰ কলমেৰে নিগৰিছে সৌর্হাদ্য, বন্ধুত্ব আৰু ভালপোৱাৰ উমে উষ্ণ কৰি তোলা এচেৰেঙা ৰঙা ৷ আন্তৰিকতা, সৰলতা, ব্ৰততা তেওঁৰ প্ৰকাশভংগীৰ বিশেষত্ব৷ তেওঁৰ কবিতাই অসমীয়া কাব্যৰ পথাৰখনত এগছি সেউজ কোমল কঠীয়া হৈ ঠন ধৰি উঠক৷ তেওঁলৈ মোৰ আন্তৰিক শুভকামনা আৰু আশীর্বাদ৷

 

-অনুপমা বসুমতাৰী

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous