AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories


Strict Standards: Only variables should be assigned by reference in /home/content/73/10933373/html/akart/modules/mod_virtuemart_category/tmpl/default.php on line 22

Last Visited

শিশু-সাহিত্য সমগ্ৰ খণ্ড ১ (Shishu Sahitya Samagra Part 1 )

Rating: 0/5
Price of print book:₹ 200
Our Price:
₹ 180
Author তোষপ্ৰভা কলিতা (Toshaprabha Kalita)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP29
Email
Share on Google+
Description

শ্ৰীমতী তোষপ্ৰভাৰ ভাষাৰ ওপৰত দখল বেচ চকুত পৰা বিধৰ বা কাণত পৰা ধৰণৰ৷ কাণৰ মাজেৰে মনো ছুই যায়৷ শব্দৰ লগত আত্মীয়তা থাকিলেহে শব্দৰ লগত ধেমালি কৰিব পাৰি৷ ইংৰাজীত যাক ননচেন্স ৰাইম বোলে, সেইবোৰৰ মজা সেইখিনিতেই৷ নিৰর্থক শব্দৰ জালেৰে বুজা-নুবুজা ধৰিব পৰা-নোৱাৰা সংকেত কিছুমান পোৱা যায় তাত৷ সদায় ছিৰিয়াছ ধৰণৰ কবিতা লিখা তোষপ্ৰভাৰ এই শব্দৰ ধেমালিখিনিয়ে কম বয়সীয়াক আনন্দ দিব শব্দৰ জুনজুননিৰে আৰু ডাঙৰসকলক সকীয়াই দিব তেওঁলোকে অনুমান কৰিব নোৱাৰা কিছুমান অভিজ্ঞতাৰ কথা৷

এই সানমিহলি পুথিখনে মোৰ মনৰ শিশুটিক আনন্দ দিছে৷ সংসাৰৰ কথা বুজা মইটোকো নতুন খবৰ দিছে৷ তেওঁৰ কর্ম সার্থক হওক৷

 

 

নৱকান্ত বৰুৱা

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168