AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি (আত্মজীৱনী) (Jibanor Jowar-Bhatar Majedi )

Rating: 0/5
Price of print book:₹ 140
Our Price:
₹ 110
Author ড০ অনিমা গুহ (Dr. Anima Guha)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP02
Email
Share on Google+
Description

আমাৰ ঘৰৰ স্কুলখনত কোনো পাঠ্যক্ৰম অনুসৰি পঢ়োৱা হোৱা নাছিল। এফালে হয়তো ভালকৈ পঢ়িবই নাজানো, আনফালে বিশ্বৰ মানচিত্রখন হলে ভালকৈয়ে চিনাকি। পঢ়া কোঠাৰ বেৰত ওলোমাই ৰখা হৈছিল বিভিন্ন মহাদেশৰ মানচিত্র। আমাক দেউতাই শিকাইছিল মেপ ৰিডিং কৰিবলৈ। তেতিয়াৰে পৰা আজিলৈ কল্পনাৰ ঘোঁৰা চেকুৰাই মই দেশে-বিদেশে ঘূৰি-ফুৰিছোঁ। মেপখন থাকে চকুৰ আগত। কেতিয়াবা যাওঁ সুমেৰুলৈ, কেতিয়াবা কুমেৰুলৈ। কেতিয়াবা ট্রেন্স চাইবেৰিয়ান ৰেলত উঠি মস্কোৰ পৰা যাওঁ পিকিঙলৈ (আজিৰ বেইজিং), কেতিয়াবা জাহাজেৰে লণ্ডন হৈ আমেৰিকালৈ।

-ড০ অনিমা গুহৰ উপন্যাসোপম জীৱন কাহিনী (প্ৰথম খণ্ড) জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি’ৰ পৰা

 

-------------------

 

ড০ অনিমা গুহ। সত্তৰৰ দশকতে জিন গৱেষণাৰ কাম সফলতাৰে সম্পন্ন কৰি আমেৰিকান টুইন ছচাইটিৰ সদস্য হোৱাৰ বিৰল সুযোগ লাভ কৰা ড০ গুহই পণ্ডিত স্বামীৰ পত্নী আৰু এটি অসামান্য প্ৰতিভাসম্পন্ন পুত্রৰ মাতৃ হোৱাৰ দায়িত্ব পালনৰ বাবে স্বেচ্ছাই আঁতৰি আহিছিল নিজক সুপ্রতিষ্ঠিত  কৰাৰ সুযোগ গ্রহণৰ পৰা। তথাপি সময়ে প্রমাণ কৰিছে, অসমীয়া বিদ্বৎ মহলত ড০ গুহ এটি আগশাৰীৰ নাম। কেইবাখনো চিন্তা-গধুৰ গ্রন্থ প্রকাশৰ উপৰি বিভিন্ন কাকতত নানা চিন্তা-উদ্ৰেককাৰী বিষয়ত নিয়মীয়াকৈ স্তম্ভ লিখি পাঠক সমাজৰ সমীহ আদায় কৰা প্রকৃত পণ্ডিত, মানৱতাবাদী ড০ অনিমা গুহৰ জীৱনৰ অধ্যয়ন পাঠকৰ বাবে অতীতৰ এক নির্দিষ্ট সময়লৈ এক সুখকৰ যাত্ৰা বুলি অনুভূত হব পাৰে। জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদিত ড০ অনিমা গুহৰ জীৱনৰ প্রথম খণ্ড বর্ণিত হোৱাৰ লগে লগে উন্মোচিত হৈছে সামন্ত প্রথাৰ আবেষ্টনীত থকা নামনি অসমৰ এক বিশেষ সময়ৰ ঐতিহাসিক চিত্র।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168