AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

নামচাঙৰ অন্তেষপুৰ খণ্ড ১ (Namchangor Anteshpur Part 1 )

Rating: 5/5
Price of print book:₹ 140
Our Price:
₹ 120
Author সৌম্যদ্বীপ দত্ত (Soumyadeep Datta)
Language Assamese
Publisher Banphool-Nirvana Sutra
Book Code  BP03
Email
Share on Google+
Description

নদীৰ তীৰত সিঁচৰিত হৈ আছে বিভিন্ন আকৃতিৰ অজস্ৰ শিল৷ শিলবোৰৰ উপৰিভাগ মসৃণ, যুগ যুগ ধৰি প্ৰবাহিত জলধাৰাই শিলবোৰৰ ৰুক্ষতাক মসৃণ কৰি তুলিছে৷ সেই শিলাময় নির্জন নদীৰ তীৰৰ এটা চুকত মোৰ আশ্ৰয়৷ নদীৰ শিলাময় অঞ্চল নদীৰ বিপৰীত ফালে যত গৈ শেষ হৈছে তাৰ পৰাই যেন আৰম্ভ সেউজৰ সমাৰোহ৷ লতা-গুল্ম, ফার্ণ, বনৰীয়া কল, ৰঙচঙীয়া কচু আৰু বিভিন্ন আকৃতিৰ ঢেঁকীয়া; তাৰ পিছত স্তৰে স্তৰে ওপৰফালে ক্ৰমান্বয়ে মূৰ দাঙি থিয় হৈ আছে প্ৰকাণ্ড প্ৰকাণ্ড মহীৰূহৰ দল; গর্বিত পৃথিৱীয়ে যেন তাৰ সমগ্ৰ উগ্ৰতা আৰু কোমলতা প্ৰকাশ কৰিছে সেউজীয়াৰ মাধ্যমেৰে৷

 

ই যেন এক মায়াময় স্বপ্নপুৰী, প্ৰেমময় পৃথিৱীৰ অকৃতিম ৰূপ৷ গতিময় জলৰাশি, ভাসমান মেঘখণ্ড মহা মহীৰূহৰ ডাল-পাতৰ আস্ফালন, আকাশৰ পৰা সৰি পৰা জলকণা আৰু পুষ্পপত্ৰৰ সুগন্ধ শোভাৰে শোভিত এই বাতাৱৰণ; অজান গোমোঠা অন্ধকাৰত ঢাক খোৱা এই অৰণ্যভূমি আৰু সূর্যৰ সোণ বৰণীয়া ৰদত উদ্ভাসিত এই নদী-তীৰ- এইসকলোবোৰ লৈয়ে এই মহাৰণ্য৷

Reviews

excellent book.....
britul sharma
More reviews

Related Books

Customers who bought this also bought ...

Next Previous