AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

প্ৰমুখ আই-এম-ই (Pramukh IME) ব্যৱহাৰ কৰি অসমীয়া লিখনৰ হাতপুথি

Rating: 0/5
Our Price:
Free
Author বৃতুল শর্মা (Britul Sharma)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS77
Email
Share on Google+
Description

বিংশ শতিকাৰ শেষৰপিনে অভ্যুত্থান ঘটা ইউনিকʼড প্ৰযুক্তি এনে এক প্ৰযুক্তি যাৰ সহায়ত পৃথিৱীৰ যি কোনো প্ৰাদেশিক ভাষাই কম্পিউটাৰত লিখিব পাৰি । ইউনিকʼড প্ৰযুক্তি ব্যৱহাৰ কৰি অসমীয়া ভাষা কম্পিউটাৰত লিখিবলৈ হʼলে এটা চফট্‌ৱেৰৰ দৰকাৰ । তেনেকুৱা কেইবাটাও চফট্‌ৱেৰ ইন্টাৰনেটত বিনামূল্যে উপলব্ধ যদিও তাৰ ভিতৰত প্ৰমুখ আই-এম-ই (Pramukh IME) বোলা চফট্‌ৱেৰটো অন্যতম ।

প্ৰমুখ আই-এম-ই (Pramukh IME) ব্যৱহাৰ কৰি কম্পিউটাৰত অসমীয়া লিখিবলৈ অলপ অনুশীলন আৰু চেষ্টাৰ দৰকাৰ ।

 

প্ৰমুখ আই-এম-ই(Pramukh IME) ব্যৱহাৰ কৰি অসমীয়া লিখনৰ হাতপুথিকিতাপখন সহায়িকা হিচাপে ন শিকাৰুৰ দৰকাৰৰ প্রতি লক্ষ্য ৰাখি লিখি উলিওৱা হৈছে । যিসকলে প্ৰমুখ আই-এম-ই চফটৱেৰ ব্যৱহাৰ কৰি কম্পিউটাৰত অসমীয়া লিখিব খোজে তেখেসকল ইয়াৰপৰা নিচ্চ্য় উপকৃত হʼব । ইয়াত অন্যান্য কথাবোৰৰ লগতে যথেষ্ট সংখ্যক অনুশীলন আৰু উদাহৰণ যোগ কৰা হৈছে ।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...