AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কবিতাৰ নতুন বিচাৰ (Kabitar Notun Bichar)

Rating: 0/5
Price of print book:₹ 200
Our Price:
₹ 150
Author ইছমাইল হোছেইন (Ismail Hossain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS86
Email
Share on Google+
Description

কুৰি শতিকাৰ আশীৰ দশকটো আছিল অসমীয়া কবিতাত সমাজ-বাস্তৱতা আৰু সমাজ-চিন্তাৰ জাগৰণৰ এক গুৰুত্বপূর্ণ কাল৷ অসমীয়া সমালোচনা সাহিত্যয়ো নতুন দৃষ্টিৰে নতুন গতি লাভ কৰে এই সময়তে৷

বেছিভাগ প্ৰবন্ধই বিপুল জনপ্ৰিয়তা লাভ কৰাৰ উপৰি দুই-এটা প্ৰবন্ধই বিতর্কৰো সৃষ্টি কৰিছিল৷ দুই-একে কৈছিল, আমি হেনো অসমীয়া কবিতাৰ আলোচনাৰ ক্ষেত্ৰত পক্ষপাতিত্ব কৰিছোঁ৷ মই নিৰপেক্ষ কবি বা লেখক নহয়৷ যিকোনো কামতেই মই পক্ষপাতিত্বৰ দোষত দোষী৷ অৱশ্যে এই দোষ মোৰ অজ্ঞাতে নকৰোঁ, মই জানি-বুজিয়ে কৰোঁ৷ কাৰণ মই যিসকলৰ কথা লিখোঁ, যিসকলক কেন্দ্ৰ কৰি মোৰ সাহিত্য-সাংস্কৃতিক অভিযান চলাই আছোঁ সেইসকল অর্থাৎ আমাৰ দেশৰ শতকৰা নব্বৈভাগ লোকেই অপৰ পক্ষৰ দ্বাৰা ঘৃণিত, নিন্দিত আৰু বঞ্চিত৷ সেইসকল জনসাধাৰণ মোৰ কবিতাৰ বিষয় হোৱাৰ লগে লগে কবিতা সম্পর্কীয় প্ৰবন্ধৰো বিষয় হৈ পৰিছে৷ সেয়ে পঢ়ুৱৈ সমাজে নিশ্চিত পক্ষপাতিত্বৰ সুৰ এটা মোৰ প্ৰবন্ধবোৰত শুনিবলৈ পাব৷

 ইছমাইল হোছেইন

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168