AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories


Strict Standards: Only variables should be assigned by reference in /home/content/73/10933373/html/akart/modules/mod_virtuemart_category/tmpl/default.php on line 22

সূৰ্য উঠা দেশৰ পৰা সূৰ্য ডুবা দেশলৈ (Surja Utha Deshar Pora Surja Duba Deshaloi)

Rating: 0/5
Price of print book:₹ 90
Our Price:
₹ 60
Author উৎপল বৰুৱা (Utpal Baruah)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS93
Email
Share on Google+
Description

বিগত শতিকাৰ শেষ দশকত গল্পশৈলীৰে আত্মপ্ৰকাশ কৰা উৎপল বৰুৱাৰ লিখনি পিছলৈ পৰুৱাই পোৱা মানুহৰ দৰে বিভিন্ন বিষয়লৈ সঘনে ঢাল খাবলৈ ললে৷ প্ৰান্তিকৰ দৈনন্দিন শিতানত প্ৰকাশ হোৱা তেখেতৰ ৰচনা প্ৰভাতদাৰ বিশ্বপ্ৰেম’, প্ৰবন্ধ পতি-পত্নীৰ পোৱাৰ আনন্দ আৰু নোপোৱাৰ বেদনা’, ‘সুখ, সমৃদ্ধি আৰু সাফল্যৰ এক নেদেখা উৎসবা গল্প আৰোহণ’, ‘উল্কাআদি যিয়ে পঢ়িছে, মোৰ দৃঢ় বিশ্বাস, তেখেতসকলে নিশ্চয় লেখকক মনত ৰাখিছে৷ পাঠকসকলৰ বাবে আনন্দৰ কথা যে তেখেতৰ শেহতীয়া সৃষ্টিসমূহ প্ৰচলিত অর্থত গদ্যময়নহল৷ প্ৰাঞ্জল ভাষা, সংযত শব্দ আৰু ভাব প্ৰকাশৰ বুদ্ধিদীপ্ত কৌশলে তেখেতৰ গদ্য ৰচনাসমূহক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে৷ কাহিনী কোৱাৰ দৰে জটিল বিষয়ে এটাও তেখেতে পাঠকক সৰলকৈ কোৱাৰ কৌশল জানে৷ এনে লাগে, আদিৰ পৰা অন্তলৈ তেখেতৰ লিখনিত যেন অন্তর্নিহিত থাকে এক সুললিত কণ্ঠ৷

সম্প্ৰতি নতুন দিল্লীৰ ইন্দিৰা গান্ধী বিমান বন্দৰত কর্মৰত উৎপল বৰুৱাই যদি লিখা কামটোকে বৃত্তি হিচাপে ললেহেঁতেন, মোৰ ধাৰণা, পঢ়ুৱৈ সমাজ যথেষ্ট উপকৃত হলহেঁতেন৷

 

 

সিদ্ধার্থ শংকৰ কলিতা

Reviews

There are no reviews for this book yet.

Related Books