Rating: 5/5
Our Price: ₹ 40 |
|
||||||||||||||||
|
হোমেন বৰগোহাঞিৰ কিছু নিৰ্বাচিত লিখনিৰ সংকলন৷ ইয়াত পাব তলত উল্লেখ কৰা লিখনিসমূহ-
যৌৱনৰ অপচয়, বাতৰি কাকতৰ ভৱিষ্যত, বার্ধক্যৰ বিষয়ে, যন্ত্রণাৰ বিষয়ে, মটৰ গাড়ীৰ বিষয়ে, মেলেৰিয়াৰ বিষয়ে, ক্রিকেটৰ বিষয়ে, অসমে এজনো টেষ্ট ক্রিকেটাৰ উলিয়াব পৰা নাই কিয়?, মহিলাৰ আলোচনী, লালদেঙ্গাৰ লগত এঘণ্টা, খোজ কঢ়াৰ বিষয়ে কিছু কথা, খোজ কাঢ়িবলৈ ঠাই ক’ত?, সদালাপ, প্রশংসা কৰিবলৈ শিকোঁ আহক, আটাইতকৈ পুণ্যৰ কাম-দৃষ্টিদান, কবিতাঃ মিছিং গাঁৱৰ চাং-ঘৰৰ পৰা চহৰৰ নাট্য-মন্দিৰলৈ, মই যেতিয়া ক্লান্ত হওঁ, বিশ্বাসে মিলয় হৰি, মিজোৰামৰ জোৰামথাঙ্গা, চার্লছ ডাৰউইনৰ সন্মুখত নতুন প্রত্যাহ্বান, এখন আলোচনীৰ বিষয়ে, গলফ আৰু গদ্যৰ বিষয়ে, নতুন বছৰৰ সংকল্প, কিন্তু দুৱাৰ মুকলি ক’ত?, ইবছেনৰ স্মৰণত, জর্জ বেষ্ট, সতীশ চন্দ্র কাকতী, বিনয় কুমাৰ তামুলী, শীলভদ্রৰ জন্মদিনত, ‘অসমীয়া’ৰ সংজ্ঞা, অসমৰ জনজাতীয় ভাষাবোৰৰ ভৱিষ্যত, অসমীয়া মাৰোৱাৰীৰ, কি নাম দি মাতিম তোমাক?, কলগাছিয়াৰ স্মৃতিঃ সুখৰ আৰু দুখৰ, কেটেটং গাঁৱত এটা দিন ইত্যাদি৷
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |