AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অসীমত যাৰ হেৰাল সীমা (Aseemat Jar Heral Seema)

Rating: 5/5
Price of print book:₹ 100
Our Price:
₹ 80
Author কাঞ্চন বৰুৱা (Kanchan Baruah)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS110
Email
Share on Google+
Description

গৌৰী, উমাতকৈয়ো চম্পা ৰূপৱতী। কমল-নগৰৰ, বকুলপুৰৰ সকলো গাভৰুৰ মাজত চম্পা শ্রেষ্ঠ সুন্দৰী, তাক সকলোৱে জানে। চম্পাই নিজেও জানে, তথাপি তাইৰ ভয় নুগুচে জানোচা কোনোবাই তাইক সেই উচ্চ আসনৰপৰা নমাই দিয়ে। মোৰ কথা শুনি ভেকাহি মাৰি উঠিল- ইস্ কি মোৰ পানী খোৱা পুখুৰীত বিহ দিলে যে হিংসা কৰিবলৈ যাম? ভেম আছে দেখিহে..। কিন্তু দাদা, দেখিবলৈ হলে সঁচাকৈয়ে ধুনীয়া উমা বাইদেউতকৈয়ো বেছি-

তোতকৈ একা?”

ফুঃ!অলপ গম্ভীৰ হোৱাৰ ভাও ধৰি কলে – “অৱশ্যে মোতকৈ দুহাত পাছতে ৰৈছেহি আৰু সদায় ৰৈয়ে থাকিব। গৌৰীয়ে তাক জানে আৰু তাৰ বাবে আশাকৰোঁ দুখো নকৰে- দাদা, তুমি এটা কাম কৰা৷

কি?”

তুমি গৌৰীক বিয়া কৰোঁৱা, দুয়ো বেছ মিলিবা...

থাপ মাৰি তাইৰ চুলিকোছাত ধৰিব খুজিছিলোঁ, কিন্তু তাই যিমান ধুনীয়া তাতকৈ ঢেৰ বেছ টেঙৰ। কথাটো কৈয়ে মোৰ ওচৰপৰা আঁতৰি দূৰৈত থিয় দিলে, গতিকে আন পথ ললোঁ। তাই কোৱাৰ দৰেই গম্ভীৰ হৈ কলোঁ- দুয়ো বেছ মিলিম চম্পা? কিন্তু মই ভাবিছিলোঁ তোৰ লগতে হে বেছি মিলিম বুলি..

চম্পাৰ গাল দুখন ৰঙা হৈ উঠিলঃ ছিঃ ছিঃ দাদা। তোমাৰ যদি লাজ আছে মই যে তোমাৰ ভনী হওঁ, নহলে-

নহলে কি?”

নহলে কোনো গৌৰীক তোমাৰ ওচৰলৈ আহিবলৈ নিদিলোঁহেঁতেন

----------

 

অসীমত যাৰ হেৰাল সীমাসকলো বয়সৰে পঢ়ুৱৈয়ে আদৰি লোৱা অতি জনপ্ৰিয় এখন উপন্যাস যিয়ে অসমীয়া সাহিত্যৰ এক নতুন ধাৰাৰ সৃষ্টি আৰু প্ৰচাৰ কৰিছে৷

Reviews

Sunday, 05 April 2015
Assamese literature will be incomplete without "Axeemot Jar Heral Xeema".... Read it 10 years ago.... Felt like reading once more.... Just finished reading the second time.... Everytime I read, or I think of the story, as if I find myself in the heaven called Kamalnagar with Champa, Gauri, Chandan, Uma, Ashok and other characters.... The characters and the heavenly beauty of Kamalnagar comes to live in my mind... So awesomely written.... The only novel that made me shed tears... Love Champa... Love Kanchan barua
nurjaman sheikh

Related Books

Customers who bought this also bought ...