AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

দিব্য উপবন (Dibya Upaban)

Rating: 0/5
Price of print book:₹ 150
Our Price:
₹ 100
Author ড০ দীনেশ চন্দ্ৰ গোস্বামী (Dr. Dinesh Chandra Goswami)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS118
Email
Share on Google+
Description

মৃদুল বৰুৱাৰেই বোধহয় কথা কোৱাৰ পাল পৰিছিল৷ কাৰণ আটাইকেইজনেই তেওঁৰ মুখৰ ফালে চাই ৰৈ আছিল৷

বৰ সমাহিত সুৰত তেওঁ কলে, “প্ৰগ্ৰেম্‌ছ উইল গো অন্ এজ প্লেন্ড৷অলপ ৰৈ তেওঁ যোগ দিলে, “কাইলৈ দহ বজাত গেট মিটিঙেৰে তাৰ আৰম্ভণি হব৷

আৰম্ভণি হৈছিল৷

কিন্তু কেৱল প্ৰগ্ৰেমৰ আৰম্ভণি নহয়৷ যেন এক নতুন অধ্যায়ৰ আৰম্ভণিহে৷ নাইবা হয়তো চাৰি-বছৰীয়া এক ঘটনাবহুল উপন্যাসৰ শেষ অধ্যায়ৰ আৰম্ভণি৷

কিন্তু সেই শেষ অধ্যায়টোৰ কোনো লেখক বা ৰচকৰ কোনো নিয়ন্ত্ৰণ নাথাকিল৷ সি নিজে গতি ললে আৰু যতিৰ দিশত বা যৱনিকা পতনৰ দিশত নিজ গতি, নিজ দিশেৰে আগবাঢ়ি গল৷

তাৰ ফলতে কেন্দ্ৰীয় ৰাজ্যিক বিজ্ঞানাগাৰ বা ছেন্ট্ৰেল ষ্টেট ৰিছার্চ লেবৰেটৰিৰ প্ৰতাপী, অত্যুৎসাহী, ‘জনপ্ৰিয়’, চতুৰ, বুদ্ধিমান, অত্যুজ্জ্বল সঞ্চালক ড0 তৰুণ কে. দত্তইএক সর্বাত্মক আন্দোলনৰ আগত তিষ্ঠিব নোৱাৰি ছি.এছ.আৰ.এল. এৰিএকপ্ৰকাৰ নেজ কোঁচাই গুচি যাবলগীয়া হল৷

সেয়া এক চাৰি-বছৰীয়া নাটকীয় কাহিনীৰ উপসংহাৰ মাথোন৷ কিন্তু উপন্যাসোপম সেই কাহিনী বাস্তৱতকৈও বেছি নাটকীয়, নাটকতকৈ বেছি সংঘাতপূর্ণ৷ সেই কাহিনীৰ আৰম্ভণি হৈছিল তৰুণ কে. দত্ত নামৰ উদ্যোগী ব্যৱস্থাপকজনে ছি.এছ.আৰ.এল.ত সঞ্চালক হিচাবে যোগ দিয়াৰ দিনাৰেপৰাই৷

নাইবা, সেই কাহিনীৰ বীজ হয়তো লেবটোৰ এই সমাজখনত- ৰাজহাড় পোন আৰু ৰাজহাড় নোহোৱা সদস্যসকলৰ মাজত সদায়েই আছিল৷ মাথোঁ তাক ড0 তৰুণ কে. দত্তৰ সঞ্জীৱনী মন্ত্ৰই অংকুৰিতহে কৰিলে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous