AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

মোৰ দিঠকৰ সপোন (Mor Dithakar Sapon)

Rating: 0/5
Price of print book:₹ 130
Our Price:
₹ 100
Author ড০ দীনেশ চন্দ্ৰ গোস্বামী (Dr. Dinesh Chandra Goswami)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS120
Email
Share on Google+
Description

পুৱাৰ বাতৰিকাকতখন সাৱধানে মেলিব৷ কাৰণ, ভিতৰৰ পৃষ্ঠাৰ এটা চুকৰপৰা আপোনাৰ নেইবাৰআৰু আপুনি নিমাখিত বুলি ভাবি অহা অধ্যাপক বৰুৱাৰ ফটোখনে আপোনাৰ ফালে মিচিকি হাঁহি মাৰিব পাৰে, আৰু তাৰ ওপৰতে মধ্যমীয়া হৰফেৰে ঘোষণা এটা থাকিব পাৰে, অধ্যাপক ভৱ বৰুৱালৈ বছৰটোৰ আন্তর্জাতিক মানৱসন্মান৷

ভৱ বৰুৱালৈ? ‘বছৰটোৰ আন্তর্জাতিক মানৱসন্মান? “হেৰা? ভৱ বৰুৱানো কি এনে আন্তর্জাতিক মানৱলহে?”

তথাপি, চোলাটো ডিঙিৰে গাত সুমুৱাই আপুনি যেতিয়া ভৱ বৰুৱাৰ ঘৰ পায়, তেতিয়া সমুখত কেইবাখনো গাড়ী৷ ভিতৰৰপৰা ফোনৰ ৰিঙৰ শব্দ৷

ড্ৰয়িংৰুমত অধ্যাপকে কেইবাজনো শুভাকাংক্ষীক তেওঁৰ এই বিৰল সন্মানৰ ডাঠ মুগা কাগজৰ প্ৰমাণ-পত্ৰ আৰু মেডেল দেখুৱাইছে৷ বৰুৱাণীয়ে চাহ-ৰসগোল্লা আনি তৎ পোৱা নাই৷

কিন্তু আপুনি কৰ বিভাগৰ সহকাৰী সঞ্চালকেই হওক, জলসিঞ্চনৰ অধীক্ষক- অভিযন্তায়েই হওক বা বি. টি. কলেজৰ ভাইছ প্ৰিন্সিপালেই হওক, আপুনিও বৰ বেছি দিন বাট চাব নালাগিব পাৰে৷ অন্ততঃ যিটো হাৰত বছৰটোৰ মানুহ’, ‘সহস্ৰাব্দটোৰ মানুহ’, ‘সফলশ্ৰী’, ‘প্ৰকল্পৰত্নআদি সন্মানআৰু উপাধিবর্ষিত হব লাগিছে, কাইলৈৰ ডাকত আপোনালৈও তেনে এটা সন্মান বা উপাধিৰ খবৰ আহেহে লাগে৷

---------

ড০ দীনেশ চন্দ্ৰ গোস্বামীৰ বিভিন্ন সুলিখিত প্ৰবন্ধৰ সংকলন মোৰ দিঠকৰ সপোন”৷

Reviews

There are no reviews for this book yet.

Related Books